Gaane Pokhalibo Buku Lyrics By Amar Jyoti Choudhury

Published on April 24, 2020

Song: Gaane Pokhalibo Buku (গানে পখালিব বুকু)

Singer: Amar Jyoti Choudhury

Gaane Pokhalibo Buku Lyrics
Gaane Pokhalibo Buku Lyrics


Gaane Pokhalibo Buku Lyrics:—-

গানে পখালিব বুকু জাতি যোগাই
দেশ বিদেশৰ সীমা
পাৰ হৈ যায়
বিশ্বক একেই সুৰে বান্ধি যায়

গানে পখালি আজি জাতিক যোগায়
দেশ বিদেশৰ সীমা
পাৰ হৈ যায়
অ’ বিশ্বক একেতি সুৰেৰে বান্ধি যায়
কোনে কানে কানে কয়?
কাষ পৰাই আহ
আহ গানকে চাওঁ
(গছৰ ঘেৰত দেখো গান আছে শুই)x2
বুকু ভাঙি যায় দুখৰ কঠিয়া য’ত বুকুতেই পাওঁ
গানৰ চান্দ মুখ,
কেনেকৈ চাও
অ’ গানৰ চান্দ মুখ,
কেনেকৈ চাওঁ
কেনেকৈ চাওঁ…

আকাশে বতাহে ক’লে
আকৌ জ্বলিব জুই
এইবাৰ চিতাজুই
নৈখন জুই হ’ব
অ’ চকুলোৰে নৈ ব’ব
বুকুচাৰ ভাৰ হ’ব
জুইবোৰ জ্বলি যায়
চিতাজুই জ্বলি যায়
চৌদিশ পোহৰাই
অ’ দেহ মুখ পুৰি যায়
সমাধিৰ জ্যোতিয়ে বাটচৰা পোহৰাই
উপলদ্ধি নতুন এক গান হৈ যায়
উপলদ্ধি নতুন এক গান হৈ যায়।
গান মাথোঁ এটা শৰীৰ নহয়
গান মাথোঁ এটা শৰীৰ নহয়
নহয় স্বৰলিপি সৃষ্টি
গান আঁচলতে দৰ্শন দৃষ্টি
অহৰহ প্ৰেৰণাৰ দৃষ্টি।