Jilmil Jun Jole Kopalot Lyrics By Charu Gohain

Published on April 30, 2020

Song: Jilmil Jun Jole Kopalot (জিলমিল জোন জ্বলে কপালত)

Singer: Charu Gohain

Music: Charu Gohain

Jilmil Jun Jole Kopalot Lyrics
Jilmil Jun Jole Kopalot Lyrics

Jilmil Jun Jole Kopalot Lyrics:–

জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড় মৰমত

জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড় মৰমত

জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত

তোমাৰ ওৰণি আৰত
উচুপে উদাসী চকু

তোমাৰ ওৰণি আৰত
উচুপে উদাসী চকু

তোমাৰে ৰিহাৰ আৰত
কপিছে মৰমী বুকু
তোমাৰ সপোন, ইমান আপোন

তোমাৰ সপোন, ইমান আপোন
উজাগৰী নয়নত
তোমাৰে নিবিড় মৰমত

জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড় মৰমত

জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত

মোৰ তুলসী তলত
জ্বলাবা এগচি চাকি

মোৰ তুলসী তলত
জ্বলাবা এগচি চাকি
মোৰ এই বুকুৰ মাজত
উজাগৰে ৰবা ৰাতি
পাখী মেলিলা ,মন পখিলা

পাখী মেলিলা, মন পখিলা
মোৰ এই জীৱন বনত
তোমাৰে নিবিড় মৰমত
জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড় মৰমত

জিলমিল জোন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত