Karkhanare Sitir Humuniya Lyrics By Bishnu Prasad Rabha

Song: Karkhanare Sitir Humuniya (কাৰখানাৰে চিটিৰ হুমুনিয়া)

Singer: Bishnu Prasad Rabha

Karkhanare Sitir Humuniya Lyrics 

Karkhanare Sitir Humuniya Lyrics:–

কাৰখানাৰে চিটিৰ হুমুনিয়া
কলৰ ঘৰ্‌ঘৰণি বুকু কঁপোৱা
শুনি শুনি কাঁহৰ মাত কঠুৱা
কান্দে দুখীয়া বনুৱা ।
শুদা মজিয়াত অকলশৰীয়া
বিনায় কোলাত হিয়া লগৰীয়া
পুৱাই লঘোণ, ভাত নাইকিয়া
কান্দে দুখীয়া বনুৱা ।
অসহ জীৱন উটি ভাহি যোৱা
ভগা ছিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবলই নোহোৱা
আলই বিলই হোৱা হজুৱা
কান্দে দুখীয়া বনুৱা ।।

Leave a Comment