Nidiya Nidiya Lyrics By Zubeen Garg

Published on April 1, 2020

Song: Nidiya Nidiya (নিদিয়া নিদিয়া)

Singer: Zubeen Garg

Nidiya Nidiya Lyrics
Nidiya Nidiya Lyrics

Nidiya Nidiya Lyrics:—

নিদিয়া নিদিয়া নিদিয়া
কিয়নো নিদিয়া তুমি
বুকুৰে মাজতে দুখন কলিজা


কিয়নো নিদিয়া তুমি


ডিঙিলৈকে দুখ, সুখ কেতিয়া
ক’ব নোখোজা তুমি
আঁজুৰি নিয়া, মোহাৰি দিয়া
হাঁহিব নোৱাৰো তাকো চুৰ কৰি নিয়া
নিদিয়া নিদিয়া নিদিয়া
হাঁহিব নিদিয়া নিদিয়া…।।


তুমি দিয়া কিনো দিয়া


দুখকে ঢালি দিয়া
তুমি নিয়া, মাথোঁ নিয়া
সুখকে কাঢ়ি নিয়া
ক’লা ক’লা তোমাৰে হিয়া
গৰল উগাৰি আমাকে দিয়া
কিয় বলিয়া এই দুনিয়া
পাবলে’ তোমাক খন্তেকীয়া…।
দুহাততে একাঁ বেঁকা ৰেখা আঁকি দিয়া
কপালেৰে দিঘলীয়া ৰেখা মচি নিয়া
মন গ’লে কৰি দিয়া কাৰোবাক ৰুগীয়া
যুঁজিলে তোমাৰ স’তে প্রানে মাৰি নিয়া
আঁতৰি দুৰতে থাকিব দিয়া
নাহিবা কাষলে’ তুমি
ক’লা ক’লা তোমাৰ হিয়া
খেলাৰ পুতলা আমি…।।