Assamese Lyrics
O Pujari Adori Lyrics Bishnu Prasad Rabha
Song: O Pujari Adori (অ’ পূজাৰী আদৰি)
Singer: Bishnu Prasad Rabha
![]() |
| O Pujari Adori Lyrics |
O Pujari Adori Lyrics:—
অ’ পূজাৰী আদৰি
দিলো এই বৰণ শৰাই
পূজাৰী দিলো এই বৰণ শৰাই ।
বিয়পি ধৰণী
শুনো ৰিণি ৰিণি
জগতৰ নানা বিলাই
হৰি নাম ভকতি
হৰি নাম ৰকতি
হৰি নাম মুকুতি পাই
বৈশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ
সুন্দৰ শংকৰ কিয় নাই
ভকতি ফুলেৰে
মালা আদৰেৰে
দিলো যতনে পিন্ধাই ।
শংখ কাঁহ মুৰুলি
জোকাৰি উৰুলি
তোমাৰে মহিমা পাই
নামঘৰত চোতালে
নিতাল খোলে তালে
গোবিন্দৰ নাম গুণ গাই ।।
