Tumi Kun Lyrics By Zubeen Garg

Song: Tumi Kun (তুমি কোন)

Singer: Zubeen Garg

Tumi Kun Lyrics

Tumi Kun Lyrics:–

তুমি কোন কোন কোন কোন
পূৰ্ণিমাৰে জোন
মই সোণ সোণ সোণ সোণ
তুমি বুকুৰ আপোন
ফিৰিঙটি হৈ মৰমৰ মোৰ তেজাল সপোন
মই বৈ বৈ বৈ মই মই তোমাৰ সপোন ।
যাব খোজে চাব খোজে মনে
বুকুৰে শুৱনি কোঠা …
মৰমকে নিচুকাবা তাতে
আৱেগেৰে ভৰি উঠা …
হেঁপাহৰে প্ৰথম আৰু শেষতো মোৰ
নৰওঁ জানো ময়েই কোৱা …
উশাহৰো প্ৰতিটো অহা-যোৱাতেই জানো
জানো মোকেইটো বিচাৰি পোৱা …
না না না …
পাখি মেলি উৰে সপোনে মনৰ
ঢৌ তুলি নাচে আশাই …
মন ভৰি ৰ’লে মৰমেৰে
পিয়াহে ভোকেও নাখায় …
জাগি জাগি কটাব পাৰি ৰাতিবোৰ
প্ৰেমৰে নিশাবোৰ হয় চুটি …
কেনি যায় মনে কৰে কি নাপাওঁ বুজি
ভাবনাতে থাকে মাথোঁ উটি উটি …
না না না …

Leave a Comment