Aji Janatar Jagise Biswarup Lyrics By Jyoti Prasad Agarwala

Song: Aji Janatar Jagise Biswarup (আজি জনতাৰ জাগিছে বিশ্বৰূপ)

Singer: Jyoti Prasad Agarwala 

Aji Janatar Jagise Biswarup Lyrics
Aji Janatar Jagise Biswarup Lyrics

Aji Janatar Jagise Biswarup Lyrics:---

আজি জনতাৰ জাগিছে বিশ্বৰূপ
আজি জাগিছে
সুন্দৰৰেই পাৰমানবিক স্বৰূপ
আজি জনতাৰ জাগিছে বিশ্বৰূপ

আজি আপোন পাহৰা মহাশক্তিয়ে
ধৰে অভিনৱ ৰূপ
আপোন কুৰূপ
পোহৰ বিৰূপ
এৰি
ধৰে জনতাই মহাসুন্দৰ ৰূপ ৷

পৃথিৱী আছিলে ৰৈ
জনতা জাগিবলৈ
আন্ধাৰত দেখা মহাসপোনক
আনিব দিঠকলৈ
জয় জনতা জয়
জয় পৃথিৱী জয়
আজি জনতাৰ জয় জয়কাৰ
 পৃথিৱী মনোময়
জগত জ্যোতিৰ্ম্ময়  ৷৷

Post a Comment

Previous Post Next Post

Contact Form