Bonor Pokhila Dhora Lyrics By Jyoti Prasad Agarwala

Published on May 20, 2020

Song: Bonor Pokhila Dhora (বনৰ পখিলা ধৰা)

Singer: Jyoti Prasad Agarwala

Bonor Pokhila Dhora Lyrics
Bonor Pokhila Dhora Lyrics

Bonor Pokhila Dhora Lyrics:—

বনৰ পখিলা ধৰা
বন ছোৱালী
তোক জানো লাগে বাৰু
মোৰ, মনৰ পাখিলাবোৰ
আৰু, মন ফুলনিত সৰি থকা
মন শেৱালি?

বনৰ পখিলা খেদি
বনে বনে যাৱ
মোৰ বন কবিতাজনী বাৰু
জানো লগ পাৱ?

তাই তোৰ লগতে ঘূৰি ফুৰি
তোৰ ছাঁতে জিৰাই ৰয়
মোৰ কোঠালৈ ঘূৰি আহি
তোৰ মৰমৰ
বন সাধুটো কয় ৷
বনৰ গোন্ধে বনৰ ৰূপে সিযে বনোময় ৷৷