Gaonor Lora Gabi Gaonor Naam Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Lora Gabi Gaonor Naam (গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম)

Singer: Jyoti Prasad Agarwala

Gaonor Lora Gabi Gaonor Naam Lyrics
Gaonor Lora Gabi Gaonor Naam Lyrics

Gaonor Lora Gabi Gaonor Naam Lyrics:---

গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম
গাঁৱৰ ল’ৰা চাবি গাঁৱৰ ধান
ৰাখি গাঁৱৰ মান

গাঁৱত থাকিও
বিশ্বজগত চাবি
মনৰ হাবি
ভাঙি-চহাই
সোণৰ শইচ খাবি

বন গীতটো পেঁপাত বজাই
পথাৰ বাটে যাবি
বাৰে চহৰৰ বৰ সবাহত
বৰ গীতটো গাবি ৷৷

Post a Comment

Previous Post Next Post

Contact Form