Jay Jyotirupa Jay Lyrics By Jyoti Prasad Agarwala

Song: Jay Jyotirupa Jay (জয় জ্যোতিৰূপা জয়)

Singer: Jyoti Prasad Agarwala

Jay Jyotirupa Jay Lyrics
Jay Jyotirupa Jay Lyrics

Jay Jyotirupa Jay Lyrics:---

জয় জ্যোতিৰূপা জয় অজেয়া
জয় জ্যোতিৰূপা
জয় অজেয়া
 জয় জয় ভাৰত
জয় জননী ৷

তোৰে কিৰীটিতে সবিতা-সম-প্ৰভ
জ্ঞানৰ মুকুট মণি ৷
আহাঁ ... আহাঁ..... আহাঁ সন্তান
উৰোৱা ত্ৰিবৰ্ণ নিচান ....
বজোৱা বিপ্লৱ শঙ্খ ধ্বনি
জয় জয় ভাৰত
জয় জননী ৷

অহিংসা- সত্য- সেৱাৰ জ্যোতিৰে
কৰিম উজ্জ্বল আমি তোৰে বয়ান
আমি তোৰ সন্তান শকতিবান
দুৰ্জ্জয়.. নিৰ্ভীক মৰণ বিজয়ী
বিশ্ব শান্তিৰ বাহিনী ৷৷   


Post a Comment

Previous Post Next Post

Contact Form