Kaitiya Xonxarotei Lyrics By Jyoti Prasad Agarwala

Poem: Kaitiya Xonxarotei (কাঁইটীয়া সংসাৰতেই)

Writer: Jyoti Prasad Agarwala

Kaitiya Xonxarotei Lyrics
Kaitiya Xonxarotei Lyrics

Kaitiya Xonxarotei Lyrics:---

কাঁইটীয়া সংসাৰতেই
গোলাপ হৈ ফুলিম
গেলা বোকাৰ

সঁচা মিছাৰ
বুকু ফালি
পদুম কলি
পোহৰলৈ উঠিম

মেলিম পাহি
হাঁহি হাঁহি সমীৰণত উটিম
গোন্ধতে মোৰ
অন্ধ হৈ
নীলাআকশত ঘূৰিম
তোক বিচাৰি ফুৰিম ৷৷

Post a Comment

Previous Post Next Post

Contact Form