Sorai Halodhiya Lyrics By Anindita Pal

Song: Sorai Halodhiya (চৰাই হালধীয়া পাখিও ধুনীয়া)

Singer: Anindita Pal

Sorai Halodhiya Lyrics
Sorai Halodhiya Lyrics

Sorai Halodhiya Lyrics:---

[চৰাই হালধীয়া পাখিও ধুনীয়া
মাতিলি অমাতৰ মাত
বিনন্দীয়া
মাতিলি অমাতৰ মাত]←২

[আমোলাই বননি
উঠিলে বিননি]←২
কি জুই লগালি গাত
ঐ বলিয়া
কি জুই লগালি গাত
(প্ৰথমখিনি)

[জুৰকৈ বলিলে
পছোৱা বা ছাটি]←২
আমৰ মল সৰালে বাত
ঐ বলিয়া
আমৰ মল সৰালে বাত
(প্ৰথমখিনি)

[ক'লাকৈ ডাৱৰে
জুৰ বৰষিলে]←২
হিয়া মোৰ নপৰিল শাঁত
ঐ বলিয়া
হিয়া মোৰ নপৰিল শাঁত
[চৰাই হালধীয়া পাখিও ধুনীয়া
মাতিলি অমাতৰ মাত
বিনন্দীয়া
মাতিলি অমাতৰ মাত]←২

Post a Comment

Previous Post Next Post

Contact Form