Sorai Halodhiya Lyrics By Anindita Pal

Sorai Halodhiya Lyrics By Anindita Pal, visit AssameseLyrical.com for More Assamese Lyrics

Song: Sorai Halodhiya (চৰাই হালধীয়া পাখিও ধুনীয়া)

Singer: Anindita Pal

Sorai Halodhiya Lyrics
Sorai Halodhiya Lyrics

Sorai Halodhiya Lyrics:---

[চৰাই হালধীয়া পাখিও ধুনীয়া
মাতিলি অমাতৰ মাত
বিনন্দীয়া
মাতিলি অমাতৰ মাত]←২

[আমোলাই বননি
উঠিলে বিননি]←২
কি জুই লগালি গাত
ঐ বলিয়া
কি জুই লগালি গাত
(প্ৰথমখিনি)

[জুৰকৈ বলিলে
পছোৱা বা ছাটি]←২
আমৰ মল সৰালে বাত
ঐ বলিয়া
আমৰ মল সৰালে বাত
(প্ৰথমখিনি)

[ক'লাকৈ ডাৱৰে
জুৰ বৰষিলে]←২
হিয়া মোৰ নপৰিল শাঁত
ঐ বলিয়া
হিয়া মোৰ নপৰিল শাঁত
[চৰাই হালধীয়া পাখিও ধুনীয়া
মাতিলি অমাতৰ মাত
বিনন্দীয়া
মাতিলি অমাতৰ মাত]←২

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0