Song: Nila Nila Dusokut (নীলা নীলা দুচকুত)
Album: Path
Singer: Zubeen Garg
![]() |
Nila Nila Dusokut Lyrics |
Nila Nila Dusokut Lyrics
নীলা নীলা দুচকুত
কাজল সানিলে
আই ঐ দেহি মৰম লাগে
আই ঐ দেহি মৰম লাগে
নীলা নীলা দুচকুত
কাজল সানিলে
আই ঐ দেহি মৰম লাগে
ভিজা ভিজা ওঠতে
ৰঙা ৰঙা সানিলে
আই ঐ দেহি মৰম লাগে
বিজুলী সেমেকা চাওনিয়ে
হৃদয় কপোৱা হাঁহিটিয়ে
আই ঐ দেহি
মোৰেনো মন হৰি নিলে
নীলা নীলা দুচকুত
কাজল সানিলে
আই ঐ দেহি মৰম লাগে
ভিজা ভিজা ওঠতে
ৰঙা ৰঙা সানিলে
আই ঐ দেহি মৰম লাগে
লাজুকি লাজুকি তোমাৰ হিয়া
পানচয় ঘাটৰে তুমি কাজল লতা
লাহি লাহি লাহি তোমাৰ দেহা
গোলাপৰ পাহিৰ দৰে ধুনীয়া
যেন সৰগৰ মেনকা
যেন তেজি ৰঙা পখিলা
আই ঐ দেহি মৰম লাগে
নীলা নীলা দুচকুত
কাজল সানিলে
আই ঐ দেহি মৰম লাগে
ভিজা ভিজা ওঠতে
ৰঙা ৰঙা সানিলে
আই ঐ দেহি মৰম লাগে
তোমাৰ শৰীৰৰ ভাজে ভাজে
মৰমৰ চাকুখন সাজিবলে
তোমাৰ কলিজাৰ তেজে তেজে
মৰমৰ ধল মোৰ বোৱাবলে
উতলা বুকুৰ দুকাষে
ধৌ খেলিছে অনুভৱে
তোমাৰ আপোন হ’বলে
নীলা নীলা দুচকুত
কাজল সানিলে
আই ঐ দেহি মৰম লাগে
ভিজা ভিজা ওঠতে
ৰঙা ৰঙা সানিলে
আই ঐ দেহি মৰম লাগে
বিজুলী সেমেকা চাওনিয়ে
হৃদয় কপোৱা হাঁহিটিয়ে
আই ঐ দেহি
মোৰেনো মন হৰি নিলে