Ja Ja Majoni Lyrics

Ja Ja Majoni Lyrics


Song: Ja Ja Majoni

Singer: Zubeen Garg

Movie: Ujonir Dujoni Gabhoru


Ja Ja Majoni Lyrics


যা যা মাজনী দুৰণী লৈ

দীঘ্লকৈ উৰণি মুৰতে লৈ

মাৰৰে ঘৰেখন এৰি থৈ ঐ

আনক আপোন কৰি লবি গৈ ঐ


যা যা মাজনী দুৰণী লৈ

দীঘ্লকৈ উৰণি মুৰতে লৈ

শহুৰ শাহুৰকে সেৱাটি জনাবি

দুভৰিতে ধৰি ঐ

জেঠাক বৰজনাকে প্ৰনামে কৰিবি

ননদক  মৰমে ঐ

ননদক মৰমে ঐ 

আই লখিমী বোৱাৰি হবি গই

দ’হেকো লাগিব তোকে ঐ


যা যা মাজনী দুৰণী লৈ

দীঘ্লকৈ উৰণি মুৰতে লৈ


স্বামি কে ভজিবি ভকতি কৰিবি

প্ৰানৰে দেৱ্তা ঐ

প্ৰানৰে দেৱ্তা ঐ

গোসাইৰে থাপনাত চাকি গচ জলাবি

পুৱা গধুলিতে ঐ

পুৱা গধুলিতে ঐ

আই তোক কুশলৰে ৰাখিব ঈশ্বৰে

আশিক দিলো হিয়া উজাৰি আজি ঐ

AssameseLyrical.com

যা যা মাজনী দুৰণী লৈ

দীঘ্লকৈ উৰণি মুৰতে লৈ

Post a Comment

Previous Post Next Post

Contact Form