Tumar Ukhahot Lyrics

Published on November 12, 2020

Tumar Ukhahot Assamese Lyrics


Song: Tumar Ukhahot

Singer: Neel Akash 
Lyrics: Punam Nath
Album: Tumar Ukhahot
Released: 2019

Tumar Ukhahot Assamese Lyrics

না ৰা নে ৰে….নে ৰে না ৰে….,

মনতে আজি  মোৰ
কিহৰে শিহৰন জাগে

এমুঠি সপোনে

ক’তে উৰা মাৰে

তুমিও  বহিলাহি

মোৰেই কাষৰতে

কিনো কও আজি মই

 তোমাক নকোৱাকে

অ’ উমলি উভতি আহি

কুকিলি উভৰি উঠে

অ’ উকা ৰাতি ৰূ্ধকে

অলেশ ভাষা


অ’ তোমাক দেখি মোৰ

জাগে মায়াবি আশা

তোমাৰ উশাহতে যে

মই বিলীন হম

 ্তুমি জানা নে নাজানা

 তোমৰ  সপোনতে যে

মই বিলীন হম

তুমি বুজা নে নুবুজা

একোলা দোকোলা কৈ

বাঢ়ি অহা মৰম

চেনেহী অ তুমি মোৰে সাথৰ

অ… ৰাতি ৰাতি মোৰে

গাৰু শিতানৰ কোমলকৈ

আগুৰি উমাল পৰশ


AssameseLyrical.com

অ’ উমলি উভতি আহে

কুকিলি উভৰি উঠে

অ’ উকা ৰাতি ৰূ্ধকে

অলেশ ভাষা

অ’ তোমাক দেখি মোৰ

জাগে মায়াবি আশা

তোমাৰ উশাহতে যে

 মই বিলীন হম

তুমি জানা নে নাজানা

তোমাৰ সপোনতে

যে মই বিলীন হম

তুমি বুজানে নুবুজা