Buku Bhori Ase Morom Lyrics

Published on December 24, 2020


Song: Buki Bhori Ase

Singer: Mousam Gogoi


Buku Bhori Ase Morom Lyrics


 বুকু ভৰি আছে তোমালে মৰম 

জানানে নাজানা তুমি,

 বুকু ভৰি আছে তোমালে মৰম 

জানানে নাজানা তুমি

কিনো কৰি বুজাও তোমাক 

মনৰে কথা,কবলগা বহুতেই আছে 



অ’কিনো কৰি বুজাও তোমাক 

মনৰে কথা, 

কবলগা বহুতেই আছে .

বুকু ভৰি আছে তোমালে মৰম 

জানানে নাজানা তুমি.



কাষতে থাকিও দূৰ হয় ৰলে 

জানানে কেনে লাগে, 

নুবুজা এনোৱা মৰমতেই 

ঠুনুকা হিয়া ভাগে 



অ’কাষতে থাকিও দূৰ হয় ৰলে 

জানানে কেনে লাগে, 

নুবুজা এনোৱা মৰমতেই 

ঠুনুকা হিয়া ভাগে 



অ’কিনো কৰি বুজাও তোমাক 

মনৰে কথা,

কবলগা বহুতেই আছে 

মনৰে কথা, 

কবলগা বহুতেই আছে 



অ’কিনো কৰি বুজাও তোমাক 

মনৰে কথা,

কবলগা বহুতেই আছে 

বুকু ভৰি আছে তোমালে মৰম 

জানানে নাজানা তুমি…



উপৰা উপৰি কৈ আশাবোৰে 

তোমাৰে কথাকেই কয় ,

তুমি তুমি লগা প্ৰতিটো ভাবক 

মনে মোৰ সাৱতি লয় 



উপৰা উপৰি কৈ আশাবোৰে 

তোমাৰে কথাকেই কয় ,

তুমি তুমি লগা প্ৰতিটো ভাবক 

মনে মোৰ সাৱতি লয় .



অ’কিনো কৰি বুজাও তোমাক 

মনৰে কথা,

কবলগা বহুতেই আছে 


AssameseLyrical.com


অ’কিনো কৰি বুজাও তোমাক 

মনৰে কথা,

কবলগা বহুতেই আছে 



বুকু ভৰি আছে তোমালে মৰম 

জানানে নাজানা তুমি

কিনো কৰি বুজাও তোমাক 

মনৰে কথা,

কবলগা বহুতেই আছে 



অ’কিনো কৰি বুজাও তোমাক 

মনৰে কথা,

কবলগা বহুতেই আছে 

কবলগা বহুতেই আছে …