Ondho Aakash Lyrics

Published on December 4, 2020

Ondho Aakash Lyrics



Song: Ondho Aakash

Singer: Zubeen Garg

Album: Mukti

Ondho Aakash Lyrics


  অন্ধ আকাশ 

ক্ৰুব্ধ বতাহ .

ত্ৰস্ত স্তব্ধ জোনাক  …

অন্ধ মনৰ 

বন্ধ কোঠা

হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ …

মুকুতি আজি দেঁখো দিশহাৰা হৈ ৰয় 

দিশে দিশে চলে মাথো   মৃত্যুৰ ৰথ  …

 মৃত্যু এতিয়া সহ্জ 

 মৃত্যু এতিয়া উছৱ 

মৃত্যু যদি শিল্প হয় 

মৃত্যু কিদৰে সুলভ …

মৃত্যু এতিয়া সহজ 

 

অন্ধ শাসন 

ভণ্ড শাকস ..

অৰ্থ লোভৰ 

নগ্ন যুঁজত …

অন্ধ শাসন 

ভণ্ড শাকস ..

অৰ্থ লোভৰ 

নগ্ন  যুঁজত…

 AssameseLyrical.com

জীৱ্ন মৰনৰ স্বপ্ন বাঁহক  

অন্ধ সুখত 

ক্লান্ত জীৱ্ন আজি 

ক্লান্ত দিঠক আজি ..

ক্লান্ত জীৱ্ন আজি 

ক্লান্ত দিঠক আজি ..

দুচকুত ভাহে মাথো …

শান্তিৰ শুভ্ৰ ৰথ 

মুকুতিৰ শুব্ধ পথ …

 

মুক্ত হোৱাৰ সপোন দেখি 

পশু হোৱাৰ কিমান বাকী …

জীৱ্ন দিয়াৰ ক্ষমতা নো কাৰ 

জীৱ্ন লোৱাৰ ক্ষমতা অপাৰ ….

জন্ম লোৱাৰ অৰ্থ বিশাল 

অৰ্থ  ন’ৰল হ’ল মহাকাল …

শিশুৰ মুখৰ হাঁহি

কেতিয়াবা ঘুৰি আহি .

শিশুৰ মুখৰ হাঁহি 

কেতিয়াবা ঘুৰি আহি..

আদৰিব নৱ প্ৰভাতক ….

শান্তিৰ সুৰুযক 

মুকুতিৰ সুৰুযক …

 

মুক্ত আকাশ 

শান্ত বতাহ ..

কবিতা ৰাতিৰ 

স্নিগ্ধ জোনাক …

শুব্ধ মনৰ 

মুক্ত কঠাত ..

মানৱ প্ৰেমৰ মুৰ্ত প্ৰকাশ  

মুকুতি আজি আহি দুচকুত সাৰে ৰয় 

বুকুঁৱে বুকুঁৱে বৈ শান্তিৰ ধোল …

মুকুতি এতিয়া হাতত

মুকুতি এতিয়া প্ৰানত ….

মুকুতি এতিয়া নিজত 

মুকুতি এতিয়া হাতত …

মুকুতি এতিয়া হাতত 

মুকুতি এতিয়া প্ৰানত  ….

মুকুতি এতিয়া নিজত 

মুকুতি এতিয়া হাতত …