![]() |
Preetir Hubakhe Lyrics |
Song: Preetir Hubakhe
Album : Anamika
Singer : Zubeen Garg
Preetir Hubakhe Lyrics
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰেই এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌঁৱ্ন কিয় বাৰু ...
AssameseLyrical.com
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰেই উদাসী মন ...
দুচকু তুলি
চৌপাশে চালোঁ
ফুলিছে ৰজনীগন্ধা
আকাশত দেখোঁ
শাৰদী জোনাক
নামিছে অলকানন্দ ..
আকাশত দেখোঁ
শাৰদী জোনাক
নামিছে অলকানন্দ..
পাহৰা গীতৰ সুৰে আহি ...
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু ...
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰই উদাসী মন ...
শ’ত ৰজনীৰ এন্ধাৰ আতৰি গ’ল ..
সুন্দৰৰে ৰহন পাখিৰে জীৱ্ন ৰাঙলী হ’ল ..
আকাশত দেখাঁ
শাৰদী জোনাক
নামিছে অলকানন্দ ..
আকাশত দেখাঁ
শাৰদী জোনাক
নামিছে অলকানন্দ ..
পাহৰা গীতৰ সুৰে আহি ...
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু ...
প্ৰীতিৰ সুবাসে
ধূূুৱাই দিলেহি
মোৰেই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু ...
প্ৰীতিৰ সুবাসে
ধুৱাই দেলেহি ....