Gahori Bepari Lyrics (গাহৰি বেপাৰী)

Song: Gahori Bepari 

Singer: Subhneel

Gahori Bepari Lyrics

ঐ জান আঠুৱা চায়

ঠেং মেলিবি

ঐ জান জোখতকৈ 

বেছি কথা নকবি 

নকবি

AssameseLyrical.com

ঐ যেন আঠুৱা চায়

ঠেং মেলিবি

ঐ জান জোখতকৈ 

বেছি কথা নকবি 

নকবি

ঐ তোৰে মৰম পাবলৈ

মই পাৰে হমে দিখৌ

নগা দলংৰে মই জান গাহৰি 

বেপাৰী গাহৰি বেপাৰী হওঁ

নগা দলংৰে মই জান গাহৰি 

বেপাৰী গাহৰি বেপাৰী হওঁ

ঐ little little 

দৰিকণা in my নলা

কেইবা জালু মাৰিলো

এক ভি নহি মিলা

Little little mosquito

Cutting my body

Because my জান 

আঠুৱা খন চুটি

Because my জান 

আঠুৱা খন চুটি হয়

ঐ জানৈ নলোৱা কটাৰী

জানৈ আনিমেই আজুৰি

জানৈ মেচিদা জোকাৰি

জানৈ খুজিমে গৈ 

আনিমে গৈ তোক

ঐ মইনা মোলৈয়ে নিদিলে

ঐ জান তুকে জে সঁচায়ে

ঐ জান দেখুৱাই দিম 

দেখুৱাই দিম বিহু

ঐ তোৰে মৰম পাবলে

মই পাৰে সমে দিখৌ

নগা দলংৰে মই জান গাহৰি 

বেপাৰী গাহৰি বেপাৰী হওঁ

নগা দলংৰে মই জান গাহৰি 

বেপাৰী গাহৰি বেপাৰী হওঁ

বালিঘট নাজিৰা

বিচাৰি বিচাৰি

ঐ তোৰে মৰমতে 

সমে গৈ অঘৰী

ঐ বালিঘট নাজিৰা

বিচাৰি বিচাৰি

ঐ তোৰে মৰমতে 

সমে গৈ অঘৰী

ঐ তোৰে মৰম পাবলে

মই পাৰে সমে দিখৌ

নগা দলংৰে মই জান গাহৰি 

বেপাৰী গাহৰি বেপাৰী হওঁ

নগা দলংৰে মই জান গাহৰি 

বেপাৰী গাহৰি বেপাৰী হওঁ..।

Leave a Comment