O Pori Lyrics (অ’ পৰী)

Published on March 1, 2021

Song: O Pori

Singer: Rajdeep Haloi & Parishmita Nath

O Pori Lyrics

মনতে যে ৰাখিছো মই

তোমাৰ সেই হাঁহিটি

জোনাকৰে পোহৰতে জিলিকা 

সেই মুখনি

তোমাৰে যে নাম চিওৰি চিওৰি

মাতিছো

অ’ পৰী নাযাবা

অ’ পৰী নাযাবা

অ’ পৰী নাযাবা

কাষৰতে ৰবানা।


AssameseLyrical.com


ৰাখিম তোমাক কাষৰতে 

উমলিবা বুকুতে

সপোন বোৰো সাজিম আমি

তুমি মই একেলগে

আতৰি গলো যে দূৰণিত

উছুপি উঠে বুকু খনি

অ পৰী নাযাবা

কাষৰতে ৰ’বানা।


কতো সেই আবেগত জীয়া কবিতা

লেখিয়া কাষৰতে তুমি চোৱানা

জোনাকী হাঁহিৰে কথা

সাচি ৰাখিছো জানা

মৰমেৰে সাবতি লোৱানা

অ’ পৰী নাযাবা

অ’ পৰী নাযাবা

অ’ পৰী নাযাবা

কাষৰতে ৰ’বানা।