Toramaai Song Lyrics (তৰামাই)

Published on March 2, 2021

Song: Toramaai (তৰামাই)

Singer: Rekib

Toramaai Song Lyrics

কি কৰিলো কৰিলো 

অ’ তৰামাই

যি কৰিলো কৰিলো 

ভূল কৰা নাই

কি কৰিলি কৰিলি

মোৰে চেনাই

যি কৰিলো কৰিলো 

ভূল কৰা নাই

সৌ সিদিনা যেতিয়া তোক দেখিলো

তোৰ হিয়াৰে সাগৰত নাও মেলিলো

পদূলিতে দলিচা পাৰি থলো

তই আহিবি মই ৰৈ থাকিলো

কি কৰিলো কৰিলো 

অ’ তৰামাই

যি কৰিলো কৰিলো 

ভূল কৰা নাই

AssameseLyrical.com

নাযানো কি হল আজি-কালি

কামে কাযে মোৰ খেলি-মেলি

অ’ নাযানো কি হল আজি-কালি

কামে কাযে মোৰ খেলি-মেলি

অঘৰী মনে ঠিকনা পালে

সপোন পৃথিৱীক সাবতিলে

অঘৰী মনে ঠিকনা পালে

সপোন পৃথিৱীক সাবতিলে

কি কৰিলো কৰিলো 

অ’ তৰামাই

যি কৰিলো কৰিলো 

ভূল কৰা নাই

সপোন ৰদালি সোনৱালী

মনৰ বিচনাতে পৰে ঢলি

সপোন ৰদালি সোনৱালী

মনৰ বিচনাতে পৰে ঢলি

হিয়াতে হিয়াখন শুৱাই দিলো

জনমে জনমে মই তোৰে হলো

কি কৰিলো কৰিলো 

অ’ তৰামাই

যি কৰিলো কৰিলো 

ভূল কৰা নাই

কি কৰিলি কৰিলি

মোৰে চেনাই

যি কৰিলো কৰিলো 

ভূল কৰা নাই

সৌ সিদিনা যেতিয়া তোক দেখিলো

তোৰ হিয়াৰে সাগৰত নাও মেলিলো

পদূলিতে দলিচা পাৰি থলো

তই আহিবি মই ৰৈ থাকিলো

কি কৰিলো কৰিলো 

অ’ তৰামাই

যি কৰিলো কৰিলো 

ভূল কৰা নাই।