Agnire Moi Khela Khelisu Lyrics By Jyoti Prasad Agarwala

Published on May 17, 2020

Song: Agnire Moi Khela Khelisu (অগ্নিৰে মই খেলা খেলিছোঁ)

Singer: Jyoti Prasad Agarwala

Agnire Moi Khela Khelisu Lyrics
Agnire Moi Khela Khelisu Lyrics

Agnire Moi Khela Khelisu Lyrics:—

অগ্নিৰে মই খেলা খেলিছোঁ
মোৰ অগ্নিৰে ধেমালি
মোৰ অগ্নিৰে ধেমালি

কোনো যদি নাহে
নালাগে আহিব,
মোৰ অকলশৰীয়া
জীৱন উঠিব
দীপালী হৈ জ্বলি

মোৰ অগ্নিৰে ধেমালি
মোৰ তেজৰ এটি দীপেই
আই তোক
কৰিব সোণালী
মোৰ অগ্নিৰে ধেমালি ৷