Assamese Lyrics
Pedel Mari Mari Lyrics By Babu Baruah
Song: Pedal Mari Mari (পেডেল মাৰি মাৰি)
Album: Babur Gaan
Singer: Babu Baruah
Composer: Ibsonlal Boruah
![]() |
| Pedel Mari Mari Lyrics |
Pedel Mari Mari Lyrics:—
অ’ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ’ ভণ্টি চাইকেল চলাই যাম,
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টি তোমাৰে ঘৰ পাম ।
অ’ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ’ ভণ্টি চাইকেল চলাই যাম,
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টি তোমাৰে ঘৰ পাম ।
পদূলি মুৰতে গৈ তোমালৈয়ে বাটে চাম,
ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম ;
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টি তোমাৰে ঘৰ পাম ।।
দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
যেতিয়া তোমালৈয়ে চাওঁ
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাওঁ ।
দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
যেতিয়া তোমালৈয়ে চাওঁ
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাওঁ ।
গোলাপী দুগালতে মৰমৰে চুমা খাম
কলিজাত লিখা আছে এটি মাথোঁ তোমাৰ নাম ,
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাওঁ ।।
জলিছে উমি উমি উমি উমি উমি উমি
বুকুতে পিৰিতিৰে জুই,
তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষৰতে শুই ।
জলিছে উমি উমি উমি উমি উমি উমি
