Bauli Mure Priya Lyrics By Angaraag Mahanta

Published on April 25, 2020

Song: Bauli Mure Priya (বাউলি… মোৰে প্ৰিয়া)

Singer: Angaraag Mahanta

Bauli Mure Priya Lyrics
Bauli Mure Priya Lyrics

Bauli Mure Priya Lyrics:–

জোনাকী জোনাকী বাটেৰে, চিনাকী চিনাকী খোজেৰে।
জোনাকী জোনাকী বাটেৰে, চিনাকী চিনাকী খোজেৰে।
তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
বাউলি… মোৰে প্ৰিয়া।

বুকুতে মোৰ, জুমি ৰোৱা
বাউলি… মোৰে প্ৰিয়া।
কি বুলি কম, তাকে ভাবি নোকোৱাকে ৰ’ম।
মৌন ভৰি ৰ’ম, বাৰে বাৰে সামৰি থম।
বলিয়া মৰমে কিয় নুবুজে, শিকলি ছিঙি যায়?

গাৱেঁ গাৱেঁ বাগৰিছে আমাৰ প্ৰেমৰ কথা,
তোমাক হে ক’ব পৰা নাই, সেয়ে বুকুত বেথা।
তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
বাউলি… মোৰে প্ৰিয়া।
বুকুতে মোৰ, তুমি ৰোৱা
অ’ বাউলি… মোৰে প্ৰিয়া।

এটি সপোন, তুমি হ’বা মোৰে আপোন।
তোমাৰ বাদে, হিয়াতে থাকিবনো কোন?
সপোনৰ গাড়ীখন চেকুঁৰে প্ৰতিখন, মৰমৰে বাটত।
গাৱেঁ গাৱেঁ বাগৰিছে আমাৰ প্ৰেমৰ কথা,
তোমাক হে ক’ব পৰা নাই, সেয়ে বুকুত বেথা।

তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
বাউলি… মোৰে প্ৰিয়া।
বুকুতে মোৰ তুমি ৰোৱা
অ’ বাউলি… মোৰে প্ৰিয়া।