Assamese Lyrics
Gaan Ekhon Noi Lyrics By Amar Jyoti Choudhury
Song: Gaan Ekhon Noi (গান এখন নৈ)
Singer: Amar Jyoti Choudhury
![]() |
| Gaan Ekhon Noi Lyrics |
Gaan Ekhon Noi Lyrics:—
গান এখন নৈ
গান এখনি চুই
গানে কয় জুই মই
যাযাবৰ ফিৰিঙটি মই ।
গান এখন নৈ
গান এখনি চুই
গানে কয় জুই মই
যাযাবৰ ফিৰিঙটি মই ।
গানে জুই হয়
অ’ নৈ তাতে থাকে বই
জুইয়ে গানৰ নৈ
গান এখন নৈ
গান এখনি চুই
গানে কয় জুই মই
জুই মই
গানে কয় জুই মই
জুই মই
গান জুই হয়
নৈ থাকে বৈ
জুই গান নৈ
গানে কয় জুই মই
জুই মই
গানে কয় জুই মই
জুই মই।
