Assamese Lyrics
Naba Naba Bohag Ahe Lyrics By Shanta Uzir
Song: Naba Naba Bohag Ahe (নৱ নৱ ব’হাগ আহে)
Movie: Bhagya (1967)
Singer: Shanta Uzir
Lyrics: Dr. Bhupen Hazarika
Musician: Laxmikant Pyarelal
![]() |
| Naba Naba Bohag Ahe Lyrics |
Naba Naba Bohag Ahe Lyrics:—
নৱ নৱ ব’হাগ আহে
সৰুফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়
নৱ নৱ মোৰ ৰচনাকে
শুনোতাই গুণ গুণাই
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়
স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালা
স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালা
তুমিয়ে মোৰ আপোন বৰ
সৰগৰ সুৰ সজালা
নৱ নৱ মিলন নিশাৰ
সৰু তৰা জকমকায়
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়
নৱ নৱ ব’হাগ আহে
সৰুফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়
অ’ অ’ অ’…
ই যে ভাগ্য সু-আৱাহনী
শতবাৰ মানি ল’লোঁ
ই যে ভাগ্য সু-আৱাহনী
শতবাৰ মানি ল’লোঁ
অভিজ্ঞতা উপচি পৰে
জলধিত মানসৰো
অ’ অ’ অ’…
দেখি লহৰ যে ধুনীয়া
হিয়া যে ৰূপতে নাচে
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়
নৱ নৱ ব’হাগ আহে
সৰুফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়…৷
