Assamese Lyrics
Mur Poduli Murole Lyrics | Sadhana Sargam
Song: Mur Poduli Murole (মোৰ পদূলি মূৰলৈ)
Singer: Sadhana Sargam
![]() |
| Mur Poduli Murole Lyrics |
Mur Poduli Murole Lyrics:–
হেৰুৱা সুৰভি বুকুত সাৱতি
নীৰৱে অকলে আছোঁ
তোমাৰে আশা লৈ
মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ
মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ
এটি এটি কৰি উঠিছে উজ্জ্বলি
ৰাতি আকাশৰ তৰা
এটি দুটি পখী আহিছে উভতি
বিচাৰি নিজৰে পঁজা
তোমাৰ ঠিকনা নেপাওঁ লগৰী
গোপনে অকলে আছোঁ
তোমাৰেই আশা লৈ…
মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ
মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ
মুকুতাৰে মালা গাঠিছোঁ থৈ
পিন্ধাবলৈ তোমাক
আছোঁ যে ৰৈ
নয়নৰে মণি তুমি মোৰ হৈ…
মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ
মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ
