Assamese Lyrics
Ei Akakh Bor Bixal Lyrics | Jayanta Hazarika
Song: Ei Akakh Bor Bixal (এই আকাশ বৰ বিশাল)
Singer: Jayanta Hazarika
Ei Akakh Bor Bixal Lyrics:–
এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল,
তেৱো কিয় লাগে উকা
তেৱো কিয় লাগে উকা
মোৰ মন পথাৰতে
তই ৰ’বি হৈ জীপাল…
আহ… উৰি আহ…
অ’ সজল মেঘ,
চা… জুমি চা…
অ’ কোমল মেঘ
মন আকাশ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল…
জুৰি বয় নদীলৈ
নদী যায় সাগৰলৈ,
বনফুল চুবলৈ
কোন যায় বতাহে হৈ…
তই নদী হৈ আহ কাষলৈ,
মন সাগৰৰ
পথ আহি বোল,
মন সাগৰ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল
তেৱো কিয় লাগে উকা…
