Angaraag Mahanta
Beli Porile Lyrics | Angaraag Mahanta (Papon)
বেলি পৰিলে বৰনীয়া পোহৰত
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া
বেলি পৰিলে বৰনীয়া পোহৰত
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া
পাহাৰিৰ জুৰিটি আহিছে নামি
কাষতে কহুৱা বনে… বাট দি যায়
মন জুৰায়… সাতো ৰঙে ৰঙ আকাশত
বেলি পৰিলে বৰনীয়া পোহৰত
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া……
বাহ লগা ধাননি হালে-জালে
কাচি জোনৰ…. পোহৰতে… ভাল লাগে
মেঘৰে ফুল… মোহনীয়া এই ছবি
বেলি পৰিলে বৰনীয়া পোহৰত
আকলোৱা মন তুলিকাৰে আঁকিলোঁ
এখনি ছবি জুৰনীয়া……
