Sikuti Sikuti (চিকুটি চিকুটি) Lyrics | Neel Akash & Rupali Kashyap

Published on February 2, 2020

Song Name: Sikuti Sikuti (চিকুটি চিকুটি)
Singer Name: Neel Akash & Rupali Kashyap
Album: Sikuti Sikuti 

Sikuti Sikuti (চিকুটি চিকুটি) Lyrics:-

অ ….অ….অ….অ….
চিকুটি চিকুটি বগা দুগালতে,
ৰঙা ৰঙা বুলেৰে মই তোমাক,
ৰং হানি দিম,
ফুলিয়ে এপাহি ফুল,
লাজত মৰহিলে,
টানি আনি কপালতে, 
এটি চুমা আঁকি দিম…
তুমি চালে দুচকুলে, 
নামে বৰষা বুকুলে,
কপি উঠা মোৰে বুকু,
ঢৌ হেজাৰ ফুলে,
পিটিকি পিটিকি ৰাতিটো ফোনতে,
তোমাৰ ফটো চাই থাকো,
জানৈ ৰাতি দুপৰলে….
হাঈ ঐ মোৰে বহনা মোৰ 
হাকুটি ডাল লৈ
বতাহ চৰাই উৰাই নিলে 
মোৰ হালি জাপি ঐ
দিচাং নদিৰ পাৰতে মই
আছো তোলৈ ৰৈ
নাহ’ যদি নাৱত উঠি
মাছে মাৰো গৈ……
নেৰে নাৰে…….
এখন হৃদয় এটি সৰু পজা,
অ মোৰ কলিজা,
তোমাক তাতে ৰাখি থম,
মই হম ৰজা ,
তুমি হবা ৰাণী,
আমাৰে কাহিনী,
পিছত পোনা দুটি কৈ,
হা…. তুমি চালে দুচকুলে 
নামে বৰষা বুকুলে
কপি উঠা মোৰে বুকু
ঢৌ হেজাৰ ফুলে…..
চিকুটি চিকুটি বগা দুগালতে
ৰঙা ৰঙা বুলেৰে মই তোমাক 
ৰং হানি দিম……
অ ….অ….অ….অ….
জোনাক ৰাতি আবিৰ, 
হানি হ্মণে,
বোৱাই মনে মনে,
মৰমৰে নৈ,
এই জীৱনে, 
তোমাক দিলে যাচি,
মইয়ো থলো সাঁচি,
জনম জনমলৈ,
হা…. তুমি চালে দুচকুলে 
নামে বৰষা বুকুলে
কপি উঠা মোৰে বুকু
ঢৌ হেজাৰ ফুলে……. 
পিটিকি পিটিকি ৰাতিটো ফোনতে
তোমাৰ ফটো চাই থাকো
জানৈ ৰাতি দুপৰলে……
চিকুটি চিকুটি বগা দুগালতে
ৰঙা ৰঙা বুলেৰে মই তোমাক 
ৰং হানি দিম…….
ফুলিয়ে এপাহি ফুল 
লাজত মৰহিলে
টানি আনি কপালতে 
এটি চুমা আঁকি দিম…….