assamese hit song
Modhulogon Song Lyrics (মধুলগন)
Song: Modhulogon
Singer: Deeplina Deka & Pranab Priyankush Baruah
Modhulogon Lyics
মধুলগনৰ মধুক্ষণ (২)
উগুল-থুগুল মন আজি
তোমাতেই মগন
সোঁপিলো নিজকে তোমাৰ
তুমিয়েই জীৱন
তোমাৰে উশাহত
সিঁচিলো মোৰে জীৱন
তোমাৰে কঁপালত
থাপিলো ৰঙা ফাগুন
মধুলগনৰ মধুক্ষণ (২)
AssameseLyrical.com
তোমাৰে মৰমত বুকুতে সামৰি
ৰাখিমে অৰে জীৱন
তোমাৰে সপোনক
দুহাতে সাবতি
ৰাখিমে অৰে জীৱন
হাতে হাতে ধৰি আমি
দুয়ো আগুৱাম
সুখে-দুখে মিলি দুয়ো দুয়োকে ধিয়াম
এটি-এটি পল হাঁহি-হাঁহি উজ্বলাম
হেঁপাহৰে পজা আমি প্ৰেমেৰে সজাম
তোমাৰে উশাহত
সিঁচিলো মোৰে জীৱন
তোমাৰে কঁপালত
থাপিলো ৰঙা ফাগুন
মধুলগনৰ মধুক্ষণ (২)
উগুল-থুগুল মন আজি
তোমাতেই মগন
সোঁপিলো নিজকে তোমাৰ
তুমিয়েই জীৱন
তোমাৰে উশাহত
সিঁচিলো মোৰে জীৱন
তোমাৰে কপালত
থাপিলো ৰঙা ফাগুন
