Hoine Ko Lyrics (হয় নে ক’)

Published on February 11, 2021

Song: Hoine Ko

Singer: Achurjya Borpatra

Hoine Ko Lyrics

ঐ ভাল পালে নহব ন

ঐ মৰম দিব লাগিবই ন 

মই কিন্ত অজলা 

তোৰে প্ৰেমত পগলা 

একোকে নাজানোং ক’ 

এই মইনা কেনেকে নহব ন 

বাৰো কেনেকৈ লাগিব ক 

মৰমৰে টোপলা খুলি দিয়ো এতিয়া 

যেনেকে লাগে তোক ল 

AssameseLyrical.com 

এ বোলে চকু লাল 

এ বোলে বুকু খাল 

 এ বোলে লক্ষনো ভাল 

এ বোলে দেখাতো ভাল  

খুলি ক কঠাটি 

সচাকে মইনাটি 

মোৰে তই হবি ন’’

 

হয় নে ক’ কথাটি ক’ 

হয় নে ক’

এ’হবিনে ক’  

হয় নে ক’

সচাকৈ কোচন তই ক’ 

উথামে তোকে মই ৰাতা ৰাতি 

বাৰতাট কাটা-কাটি 

ওলাব পাৰিবানে তই 

 

জান ঐ…

কেতিয়াবা বেজাৰত মোৰ 

টোপনি নাহিলে জান তোৰ 

কাষলৈ মই গুচি যাম 

তোৰ কোলাতে গৈ টোপনি যাম 

জানো পাও যদি তোক সপোনত 

মই কথা হম দেই নিজানত 

গৈ চুমা দিম তোক  দুগালত 

মই দুবাহুতে  ওমলাই চাম 

ঐ বোলে চকু লাল 

ঐ এ বোলে বুকু খাল 

ঐ এ বোলে লক্ষনো ভাল 

ঐ এ বোলে দেখাতো ভাল 

খুলি ক’ কথাটি

সচাকে মইনাটি

মোৰে তই হবি ন’ 

হয়নে ক’ কথাটি ক’ 

হয়নে ক

এ হবিনে ক’

হয়নে ক’ 

এ সচাকে কচোন তই ক’

অৰ্জুন গছৰ 

অৰ্জুন গছৰ কুঁহিপাত

বিনা মেঘে বজ্ৰঁপাত 

ও  বিনা মেঘে বজ্ৰঁপাত 

চকুলৈ চাই লাহেকৈ তই 

বাৰুকৈ দিলি ইচাত..

কলিজাৰে ..

কলিজাৰে কেচা ঘাত 

তোৰে কোমল মিঠা মাত 

তোৰে কোমল মিঠা মাত 

বোলা বলৈ আহিবানে তোৰেনো দোহাত 

ঐ এ বোলে চকু লাল 

ঐ এ বোলে বুকু খাল 

ঐ এ বোলে লক্ষনো ভাল 

ঐ এ বোলে দেখাতো ভাল 

খুলি ক’ কথাটি

সচাকে মইনাটি 

মোৰে তই হবিনে’

হৈনে ক’ কথাটি ক’

হৈনে ক’

এ হবিনে ক’ 

হয়নে ক’

এ সচাকে কচোন তই ক’ 

হ্য়নে ক’ কথাটি ক’

’হয়নে ক’

এ হবিনে ক’ 

হয়নে ক’

সচাকে কচোন তই ক’