Turut Turut Lyrics (টুৰুট টুৰুট)

Published on January 24, 2021


Song: Turut Turut

Singer: Mukul Baba & Subasana Dutta

Turut Turut Lyrics


 ঘুৰাই ও ঘুৰাই ও ঘুৰাই চেৰেকী

তলৈ মনত পৰি থাকে পুৱা গধূলী

ঘুৰাই ও ঘুৰাই ও ঘুৰাই চেৰেকী

তলৈ মনত পৰি থাকে পুৱা গধূলী

পানী ভেকুলীয়ে কান্দিলে জানা টুৰুট টুৰুট 

তলৈ মনত পৰি থাকে পুৰুট পুৰুট 

কিনো ৰহন ঘহি দিলি কলিজাটোত

তোৰে ছবি ভাহিছে মোৰ দুচকুত

অ দেহা টুৰুট টুৰুট (২)

খেৰ কাটং নাকাটং মই খেৰে বৰঙা

ঐ খেৰে বৰঙা

আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা

ঐ কঁকাল ঠৰঙা

খেৰ কাটং নাকাটং মই খেৰে বৰঙা

ঐ খেৰে বৰঙা

আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা

ঐ কঁকাল ঠৰঙা

AssameseLyrical.com

ধুনীয়া তোৰ মৰম লগা চেহেৰাটো

চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত

ধুনীয়া তোৰ মৰম লগা চেহেৰাটো

চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত

লিখিছো মই তোমাৰে নাম কবিতাটোত

মনৰ মাজত তলৈ মৰম আছে বহুত

অ দেহা টুৰুট টুৰুট

খেৰ কাটং নাকাটং মই খেৰে বৰঙা

ঐ খেৰে বৰঙা

আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা

ঐ কঁকাল ঠৰঙা

খেৰ কাটং নাকাটং মই খেৰে বৰঙা

ঐ খেৰে বৰঙা

আমাৰ নাচনী নাচি আছে কঁকাল ঠৰঙা

ঐ কঁকাল ঠৰঙা ।