Pogola Pogola Lyrics (পগলা পগলা)

Published on December 16, 2020

Song:  Pogola Pogola
Singer:  Zubeen Garg
Pogola Pogola Lyrics

 পগলা পগলা 

কৰিব খুজিছা 

লাগি হিলো তোমাৰ গালতে 

একলো দোকলা খোজতে ধৰে ৰুপ 

বুতলি বুতলি আহিছো হিয়াতে 

ও ও ও ও

এমুঠি এমুঠি বৰা বৰা চুলি 

দুদলিয়া বেনিৰে উঠিছে জিলিকী (2x)

পগলা পগলা 

কৰিব খোজিছা 

লাগিলুহি তোমাৰে গালতে …


Pogola Pogola Lyrics


কি ফুলে ফুটিছে গাভৰু দেহাতে 

দক্ষিনা বতাহে সুৱাস যে আনিছে (2x)

ঔ টেঙা ফুলিয়া দুগাল তেজি ৰঙা 

       খলাগি খলাগিছুন শুকালে উপমা 

কজলা কাজলে দুচকু ধুনীয়া 

চাইনো চাই এবাৰতে বুকু হল ঘুনীয়া 

পগলা পগলা 

কৰিব খোজিছা 

লাগিলোহি তোমাৰে গালতে …



কি গোন্ধে গোন্ধালে পিৰিতি পিৰিতি

ৰাতিতো খামচি ফালিলো শেতেলী …….(2x)

সপোনে ভগালে দিনৰাতি তোমাৰে 

মোৰ ভাগে হবলা আমনি  লিখিলে 

যতে ততে দেখো তোমাকে তোমাকে 

দি দিচো সকলো এটি মিঠা হাহিতে 

পগলা পগলা 

কৰিব খোজিছা 

লাগিলোহি তোমাৰ গালতে ..