Tumi Akaxot Lyrics

Published on December 13, 2020

Tumi Akaxot Lyrics



Song:Tumi Akaxot

Singer: Zubeen Garg & Rinku Priyang 


Tumi Akaxot Lyrics


 তোমাৰ গীতৰ সুৰত 

অ’ফুলিছে গোলাপ এপাহী 

তিৰবিৰ প্ৰেমৰে চাঁকি

অ’ জ্বলিছে আজি উজলি 


চেচা বঁতাহ জাকে আহি চুই  

সপোনৰ আৰে আৰে আহি 

ক’লে ৰিঙিয়াই 


আবেগৰ দলিচাতে আজি 

ৰাখিছোঁ তোমাকে সাচিঁ 


উশাহৰ গভীৰ হেপাঁহত তুমি 

মোৰেই মন ৰাগিনী 


তোমাৰ গীতৰ সুৰত 

অ’ফুলিছে গোলাপ এপাহী 

তিৰবিৰ প্ৰেমৰে চাকিঁ

অ’ জ্বলিছে আজি উজলি 

AssameseLyrical.com

তুমিয়েই আহি দিয়া 

সাগৰ নীলা মৰম সানি 


তোমাৰ চাওনিতে আজি সৰিব 

জোনাকীৰ পাহী 


তুমি সপোনত তুমি দিঠকত 

তুমি আকাশত তুমি বতাঁহত 


দুহাত মেলি আছোঁ মই আজি 

লোৱাহি মোক সাৱ্তী 


তোমাৰ গীতৰ সুৰত 

অ’ ফুলিছে গোলাপ এপাহী 

তিৰবিৰ প্ৰেমৰে চাঁকি 

অ’ জ্বলিছে আজি উজলী 


তোমাৰ গীতৰ সুৰত 

অ’ফুলিছে গোলাপ এপাহী 

তিৰবিৰ প্ৰেমৰে চাকিঁ 

অ’ জ্বলিছে আজি উজলী …


চেচা বতাঁহ জাকে  আহি চুই 

সপোনৰ আৰে আৰে কলে 

ৰিঙিয়াই


আবেগৰ দলিচাতে আজি 

ৰাখিছোঁ তোমাক সাচিঁ 


উশাহৰ গভীৰ হেঁপাহত তুমি 

মোৰেই মন ৰাগিনী