Bisarisu Khakorote Lyrics

Published on December 10, 2020
Bisarisu Khakorote Lyrics

Song: Bisarisu Khakorote

Movie: Daag

Singer: Zubeen Garg & Malobika Bora

Bisarisu Khakorote Lyrics

 বিছাৰিছো কাষৰতে সদায়ে তোমাক 

  হ’লাহি কি বুকুৰ  আপোন ন’কও আনক  

ফুলিব দিয়া তুমি মোলৈ অময়া মৰমক  

নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহক

বিছাৰিছো কাষৰতে সদায়ে তোমাক …

চেনেহৰে বিষ দিলা বাকি মোৰ 

শোনিতৰে সোঁতে 

গোপনে গোপনে ৰ’লা আহি মোৰ

আজলী হৃদয়তে

AssameseLyrical.com

এলাগী এলাগী মন পদুলিতে 

নমালা প্ৰীতিৰে জোনাক 

এলাগী এলাগী মন পদুলিতে  

নমালা প্ৰীতিৰ জোনাক 

বিছাৰিছো কাষৰতে সদায়ে তোমাক  

হ’লাহি বুকুৰ আপোন নক’ও মই আনক 

উৰনীয়া উতনীয়া মোৰে মন 

পিয়াসী তোমাৰ মন 

দুৱো দুৱোটি ওঁঠত তোমাৰ নাম 

ওমলি থাকে মাথোঁ 

কোনে পাৰে বাধা দি ৰাখিব 

আমাৰে এই মিলনক 

কোনে পাৰে বাধা দি ৰাখিব 

আমাৰ এই মিলনককোনে পাৰে  বাধা দি ৰাখিব

বিছাৰিছো কাষৰতে সদায় তোমাক 

হ’লাহি বুকুৰ আপোন ন’কও মই আনক  

ফুলিব দিয়া তুমি মোলে অমায়া মৰমক 

নাচিব দিয়া দুচকুতে তৰুনী হেপাঁহক 

বিছাৰিছো কাষৰতে সদায়ে তোমাক 

হম হম হম হম 

লা লা লা লা লা লা 

লা লা লা লা লা লা 

হম হম লা লা লা 

লা লা লা  লা লা  

হম হম লা লা লা …