Assamese Lyrics
Sui Diyana Lyrics
![]() |
| Sui Diyana Lyrics |
Song: Sui Diyana
Singer: Deeplina Deka
Sui Diyana Lyrics
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভূপালি ৰাগহৈ সৰিব
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
বাৰে বাৰেনো লাগি ধৰিছে
ওঁঠতে তোমাৰে তোমাৰে নাম
ৰ’দে হাঁহিছে ৰ’দালি নামিছে
মৰমতে তাতে কিয় ইমান
জোৰকে বৈ আহে পুৱালি বতাহ
লৈ যাব মোক
AssameseLyrical.com
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
জাগি জাগিনো ৰৈয়ে থাকিমে
তুমি নহ’লে নহয় যেন পুৱা
বাচি বাচিনো সপনো দেখো মই…
মায়াৰে কৰেং তুমি সজোৱা
জোৰকে বৈ আহে পুৱালি বতাহ
লৈ যাব মোক
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভূপালী ৰাগ হৈ সৰিব
