Nohole Porichoy Hiyare Lyrics

Published on November 17, 2020

Nohole Porichoy Hiyare (নহ’লে পৰিচয় হিয়াৰে) Lyrics by Zubeen Garg from the greatest Assamese movie Hiya Diya Niya.

Song: Nohole Porichoy Hiyare

Singer: Zubeen Garg

Film: Hiya Diya Niya

Nohole Porichoy Hiyare Lyrics

 নহ’লে পৰিচয় হিয়াৰে  চিনাকো জানো কোনো হ’ব পাৰে

নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে

ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই

অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে

দোলনি দিলে নুবুজাকে…

মনতে মোৰ গুপুততে

যৌৱনে ক’লে আজি সেয়াই হিয়া দিয়া নিয়া

হিয়া দিয়া নিয়া….

  প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে

প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে

তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ 

অকাৰনে অজানিতে লৰালিৰ উমলোতে

ভাল  লগা সুৰ মনে মনে

যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া

হিয়া দিয়া নিয়া…….

AssameseLyrical.com

ল’ৰালি সুৰকেই বিছাৰি হে আহিলো

অচিনা ঘাটতে বিছাৰি যে নাপালো.

সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায়

বাৰে বাৰে অজানিতে

উভতিলো উকা হাতে লৈ মাথো মোৰ সুৱৰণী

যৌৱনে ক’লে আজি…. এয়াই হিয়া দিয়া নিয়া

হিয়া দিয়া  নিয়া.

হিয়া দিয়া নিয়া …

Did you find any mistakes in the Nohole Porichoy Hiyare Lyrics by Zubeen Garg? Please report it in the contact section with the correct “নহ’লে পৰিচয় হিয়াৰে  চিনাকো জানো কোনো হ’ব পাৰে” lyrics. View more on AssameseLyrical.com.