Radha – Pran Deep | Album Radha
Singer: PRAN DEEP
(ছা ৰা ৰা… এ….. অ’……)
মৰম এখনি নৈ
বৈ যাব তোমালৈ
আছোঁ সঁচাকে ৰৈ
মাথোঁ তোমাক পাবলৈ
(ছা ৰা ৰা… এ….. অ’……)
এ মৰম এখনি নৈ
বৈ যাব তোমালৈ
আছোঁ সঁচাকে ৰৈ
মাথোঁ তোমাক পাবলৈ
অ’ মোৰে ৰাধা
বুজালে নুবুজা
মনত অঁকা ছবি
তুমি নহ’লেই আধা
(কলৈ যাম কি কৰো লাগে জানা ভয়
তেনে এখন হিয়া জানিছা কিবা হল)
(Music)…
অ’ এটি তৰা আছিলে
মোৰে নো মন আকাশত
আৰু এটি লগে হব নে
ঐ জান ব’হাগত
অ’ তোমাৰে উশাহবোৰ
মোৰ ভাৱনাৰে লগৰী
মনতে সাঁচি সাঁচি
লাগে নো খেলি মেলি
শদিয়াতে যাম
প্ৰেমৰে কিমান দাম
ভাঙিম বুলাই হাত
তোমাৰেই অভিমান
গিৰিতকৈ গাজনী
সপোন ভাগে কিজানি
অ’ মোৰে ৰাধা
তুমি বুজালে নুবুজা
মনত অঁকা ছবি
তুমি নহলেই আধা
(Music)…
অ’ মোৰ আলসূৱা ঘাঁত
মৰম নদীৰ উজান উঠে তাত
এবাৰ জান নামি চোৱা তাত
উমান লৈ গভীৰতা গাত
দিহিং দিচাং নৈ
বৈ আছে যেনেকৈ
পগলা সোঁত হৈ
তোমাৰ বুকুত সুমামগৈ
প্ৰেমৰে আবেদন
মন জানা উচাতন
অ’ মোৰে ৰাধা
বুজালে নুবুজা
মনত অঁকা ছবি
তুমি নহলেই আধা
অ’ মোৰে ৰাধা
ভাল পোৱা নোপোৱা
তুমি হলেই পূৰণ হ’ব
মোৰ মনৰে আশা
(Music)…