Atitore Buronji Lyrics | Bhupen Hazarika

Atitore Buronji Lyrics | Bhupen Hazarika

Discover the profound Atitore Buronji lyrics by Bhupen Hazarika. Explore this iconic Assamese song and its timeless message on AssameseLyrical.com. Song: Atitore Buronji (অতীতৰ বুৰঞ্জী) Singer: Bhupen Hazarika Atitore Buronji Lyrics:– অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা-মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। মিছৰ দেশৰে নীল নৈৰ পাৰৰে ফাল্লাহীনে বিনালে কৈ কৃষকৰ বুকুৰে বেথা। মিছিছিপিৰ পাৰতে কপাহৰে খেতিতে … Read more

Jibonture Kandunkhini Lyrics | Bhupen Hazarika

Song: Jibonture Kandunkhini (জীৱনটোৰে কান্দোনখিনি) Singer: Bhupen Hazarika Jibonture Kandunkhini Lyrics Jibonture Kandunkhini Lyrics:— জীৱনটোৰে কান্দোনখিনি নিজেই সাঁচি থলোঁ; জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ। শ্ৰোতা বন্ধু তুমিও অকণ লোৱাঁ।। হাঁহিখিনি পাবৰ বাবে বহুতো কান্দিলোঁ মাজে মাজে কান্দি কান্দি নিজেই হাঁহিলোঁ, বহুত কান্দোন, অলপ হাঁহিৰ এইয়ে জীৱন মেলা।। (সেয়ে) জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ।। শ্ৰোতা বন্ধু, তুমিও অকণ … Read more

O Bharotore Lyrics | Bhupen Hazarika

Song: O Bharotore (অʼ ভাৰতৰে) Singer: Bhupen Hazarika O Bharotore Lyrics O Bharotore Lyrics:— অʼ ভাৰতৰে পঁজা ঘৰত নৈৰ পাৰত সোণ পথাৰত বাজক সুখৰ বাঁহী বাজক সুখৰ বাঁহী। পঞ্চনদী গোদাবৰী মহানদী আৰু কাবেৰীৰ সোঁতত উঠক ভাঁহি পৃথিৱী ঘূৰি বহু ফুৰি, এই ভাৰতৰ চৰণ চুমিম জনম জনম আহি। দূৰৈৰ আজান বাউলৰ গান মিঠা কলতান মৃদু তাল-মান বাজক আকাশ … Read more

Aji Fagunor Puwa Lyrics | Parvati Prasad Baruva and Bhupen Hazarika

Song: Aji Fagunor Puwa (আজি ফাগুণৰ পুৱা) Singer: Parvati Prasad Baruva and Bhupen Hazarika Aji Fagunor Puwa Lyrics Aji Fagunor Puwa Lyrics:— আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে, আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে; আবতৰতেই নীল আকাশত ক’লা ৰং কোনে সানিলে, মেঘে ওন্দোলাই আনিলে, আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে; বসন্ত উৎসৱ নহ’ল পতা বসন্ত … Read more

Bohag Mathu Lyrics | Bhupen Hazarika

Song: Bohag Mathu (বʼহাগ মাথোঁ) Singer: Bhupen Hazarika Bohag Mathu Lyrics Bohag Mathu Lyrics:— বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ বʼহাগ মাথোঁ বিহুতলী নহয় নহয় ই নিশা ফুলা ফুল বʼহাগেই আনি দিয়ে সমদল গতি নেওচি জাতি কুল ই প্রভেদক কৰে নাশ।। বʼহাগ এটি মাথোঁ মাকো … Read more

O Bharotire Lyrics | Bhupen Hazarika

Song: O Bharotire (অʼ ভাৰতীৰে) Singer: Bhupen Hazarika O Bharotire Lyrics O Bharotire Lyrics:— অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে! স্বাধীনচিতীয়া দল ভাৰতী স্বাধীন হʼল। ঘিট্‌মিট্‌ এন্ধাৰ কংকালসাৰ অতীত অন্ত হʼল। অতীত নাশি নৱ জেউতি জিল্‌মিলায় জল্‌মল্‌।। অগ্ৰদূত সৱে যাম আগুৱাই তৰংগ সম কৰি কলকল পৃথিৱীৰ প্ৰগতিৰ হকে আমি পান কৰি দুখ হলাহল। সাম্যৰ মন্থন পাতিব লাগিব চূৰ্ণ কৰি … Read more

Raij Aji Bhawariya Lyrics | Bhupen Hazarika

Song: Raij Aji Bhawariya (ৰাইজ আজি ভাৱৰীয়া) Singer: Bhupen Hazarika Raij Aji Bhawariya Lyrics  Raij Aji Bhawariya Lyrics:— ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ কোনে কি ভাও ল’বা আহাঁ সময় যে তাকৰ আখৰা নেলাগে, নেলাগে পোছাক নঙঠা হৈয়ে আহাঁ ভুকাতুৰ পেটতে গামোচা বান্ধি উন্মাদ হৈয়ে আহাঁ তেহে ৰহণ চৰিব নাটৰ কোনে কি ভাও ল’বা ,আহাঁ সময় যে তাকৰ … Read more

Amare Moina Lyrics | Bhupen Hazarika

Song: Amare Moina (আমাৰে মইনা) Singer: Bhupen Hazarika Amare Moina Lyrics Amare Moina Lyrics:— আমাৰে মইনা শুইছে বাৰীতে বগৰী ৰুইছে বাৰীৰে বগৰী পকি সৰা নাই তৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰা লুভীয়াই নিব তাক হৰি দুখীয়াক যি ফেৰা কৰিলাঁ কৰুণা তাকে যেন নিনিয়া কাঢ়ি।।

Agoli Bahore Lyrics | Bhupen Hazarika

Song: Agoli Bahore (আগলি বাঁহৰে) Singer: Bhupen Hazarika Agoli Bahore Lyrics Agoli Bahore Lyrics:— আগলি বাঁহৰে, লাহৰী গগনা বাজি উঠিল কিয়? আগলি কলৰে, এখিলানো পাত কঁপি উঠিল কিয়? মুকুতিৰ উৰুলি শুনি। অহঙ্কাৰী ৰজাৰ নগৰী কংকাল হʼল কিয়? বন্দীশালৰ শিকলিবোৰ ছিগি পৰিল কিয়? মুকুতিৰ উৰুলি শুনি। ৰাজকাৰেঙৰ ৰঙা চকু নেওচি আহিল কোণ? ডেকা বৰুৱাহে এইজন, মোৰেই কেঁচা সোণ … Read more

Aji Ki Anando Lyrics | Bhupen Hazarika

Song: Aji Ki Anando (আজি কি আনন্দ) Singer: Bhupen Hazarika Aji Ki Anando Lyrics Aji Ki Anando Lyrics:— আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ওঠৰশ ছয়ানব্বৈত হেʼ লক্ষীকান্তৰ গৃহত পূজা পাতি হৰিশ্চন্দ্ৰ কৰে অভিনীত হেʼ। আজি কি আনন্দ পেখোঁ বিশ্বৰে ছন্দত পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ঊনৈশ শ … Read more