Kuxumbor Putra Lyrics | Bhupen Hazarika

Song: Kuxumbor Putra (কুসুম্বৰ পুত্ৰ) Singer: Bhupen Hazarika Kuxumbor Putra Lyrics Kuxumbor Putra Lyrics:— কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান, মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান। অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰ ধৰমৰ নামতে তুমি সকলো দুখলৈ পিঠি দিলা গুৰু ধন্য অসম ভূমি, মোৰ গুৰু ঐ, ধন্য অসম ভূমি। নামঘৰ সাজিলা, … Read more

Moi Jen Ajibon Uroniya Mou Lyrics | Bhupen Hazarika

Song: Moi Jen Ajibon Uroniya Mou (মই যেন আজীৱন উৰণীয়া মৌ) Singer: Bhupen Hazarika Moi Jen Ajibon Uroniya Mou Lyrics Moi Jen Ajibon Uroniya Mou Lyrics:— কথা: মই যেন আজীৱন উৰণীয়া মৌ জিৰাবৰ নাই তৰু-তৃণ গীত: মই যেন আজীৱন উৰণীয়া মৌ জিৰাবৰ নাই তৰু তৃণ জিৰণীয়া মৌ দেখি ভাবোঁ একোদিন মই কিয় ঠিকনাবিহীন। ঠিকনাবিহীন।। কত ৰস চুহিলোঁ … Read more

O Maloti Kotha Eti Lyrics | Bhupen Hazarika

Song: O Maloti Kotha Eti (অʼ মালতী কথা এটি) Singer: Bhupen Hazarika O Maloti Kotha Eti Lyrics O Maloti Kotha Eti Lyrics:– অʼ মালতী কথা এটি কওঁ শুনা কাণ পাতি — মোৰ হেনো বিয়া হʼব এইটো বʼহাগতে। মোৰ বুকুখনি ধৰেফৰায় নতুন উলাহতে।। সেই যে এবাৰ দেখিছিলোঁ সুঠাম ডেকাজন যোৱা মাঘত বিহুকে গাই হৰি নিছিল মন মোক নেপালে … Read more

Olouguti Tolouguti Lyrics | Bhupen Hazarika

Song: Olouguti Tolouguti (অলৌগুটি তলৌগুটি) Singer: Bhupen Hazarika Olouguti Tolouguti Lyrics Olouguti Tolouguti Lyrics:— অলৌগুটি তলৌগুটি, কোন কʼত লটি-ঘটি কচুপাতত লাই যি হাতে আঙঠি নাই  সেই হাতে কেনেকৈ পায় – ঐ ৰাম সেই হাতে কেনেকৈ পায়? ৰৌ, কুঢ়ি, চেনিপুঠি চিতলৰে কলঠি লগতে শাক লফা লাই কি কʼত বিচাৰি গৈ কোনে হাবাথুৰি খায় – ঐ ৰাম কোনে হাবাথুৰি … Read more

Kar Akakhor Raamdhenu Lyrics | Bhupen Hazarika

Song: Kar Akakhor Raamdhenu (কাৰ আকাশৰ ৰামধেনু) Singer: Bhupen Hazarika Kar Akakhor Raamdhenu Lyrics Kar Akakhor Raamdhenu Lyrics:— কাৰ আকাশৰ ৰামধেনুখনি কʼতে বা লুকায় কাৰ সপোনৰ ফুলনিখনি মৰহি শুকায়। জীৱনৰে লুইতত নাও মেলি দে আশাৰ তুলি লৈ পাল একোকে নেপালে পায়ো হেৰুৱালে নিচিগে মায়াৰে জাল হায় ! হায় !! হায় !!! উৰি গুছি গʼল লুইতপৰীয়া চাকৈ-চকোৱা হাল … Read more

Guwahatir Kunuba Eti Mitha Lyrics | Bhupen Hazarika

Song: Guwahatir Kunuba Eti Mitha (গুৱাহাটীৰ কোনোবা এটি মিঠা) Singer: Bhupen Hazarika Guwahatir Kunuba Eti Mitha Lyrics Guwahatir Kunuba Eti Mitha Lyrics:— গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা শুনাইছিলাঁ গণেশ গগৈৰ প্ৰেমৰ কবিতা আজি মনত পৰেনে? মোক আঁকোৱালি চাৱনি মিলাই কৈছিলাঁ মধুৰ আৱেগেৰে তোমাৰ প্ৰাণৰ পাপৰি ঢালি সজাবা সয্যা দুয়োৰে। আজি মনত পৰেনে? লুইত বাগৰি বাগৰি গʼল … Read more

Aaideur Bulonit Lyrics | Jyoti Prasad Agarwala

Song: Aaideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aaideur Bulonit Lyrics  Aaideur Bulonit Lyrics:— আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকেমিকায় ৷ জোনাকী বাটেদি চিত্ৰলেখীয়ে ন জীৱনৰে ফুলে ফুলায় ৷ আইদেউৰ যঁতৰত সুৰে গুণগুণালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্বলে মনে তৰা আইদেউৰ বুকু কঁপায় ৷

Akolxoriya Buli Kune Kole Lyrics | Jyoti Prasad Agarwala

Song: Akolxoriya Buli Kune Kole (অকলশৰীয়া বুলি কোনে ক’লে) Singer: Jyoti Prasad Agarwala Akolxoriya Buli Kune Kole Lyrics Akolxoriya Buli Kune Kole Lyrics:— অকলশৰীয়া বুলি কোনে ক’লে ? মিছাকৈয়ে মুকুতাৰ ধাৰে ব’লে চকুলো তোৰ পোহৰ বিচৰা প্ৰাণৰ ব’ৰাগী মোৰ ৷ তোৰ ভিতৰে বাহিৰে আছে তাকে আঁকোৱালি তোৰ চিৰসখা চিৰসুন্দৰ তোৰ, প্ৰাণে মনে ব্যাপি আছে তোৰ চিৰলগৰীয়া যুগ … Read more

Jananir Xontan Jaga Lyrics | Jyoti Prasad Agarwala

Song: Jananir Xontan Jaga (জননীৰ সন্তান জাগা) Singer: Jyoti Prasad Agarwala Jananir Xontan Jaga Lyrics Jananir Xontan Jaga Lyrics:— জননীৰ সন্তান জাগা জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ । মৃত্যু গছকি আনা জয় জিনি কৰি দুৰ্জয অভিযান । শক্তি গায়ত্ৰী মনত পেলোৱা  হ’বা দুৰ্নীবাৰ তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান  অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ অজেয নৱ- জোৱান … Read more

Bijuli Batire Saki Joluwa Lyrics | Jyoti Prasad Agarwala

Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা) Singer: Jyoti Prasad Agarwala Bijuli Batire Saki Joluwa Lyrics Bijuli Batire Saki Joluwa Lyrics:— বিজুলি বাঁতিৰে চাকি জ্বলোৱা  কোঠাত কৰিলি কি? পঢ়িলি, শুনিলি, জানিলি, বুজিলি আৰু নতুনৰ সৃষ্টি কৰিলি যি? বিজ্ঞানৰ তই ফুল পাতেৰে সজালি ফুলৰ দানি নৱজীৱনৰ এই প্ৰকাশক আপুনি লৈছোঁ মানি বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম অনুবীক্ষণৰ … Read more