Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics | Bhupen Hazarika

Song: Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) Singer: Bhupen Hazarika Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics:– আই তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি, আই অ কিহেৰে পুজিমে তোক আই অ জীৱন দি পুজিমে তোক…. আই তোৰ মৰমী কোলাতে আই মই জনমে লভিলো, আই তোৰ কিহেৰে শুজিমে ধাৰ আই অ জীৱন দি … Read more

Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyrics | Bhupen Hazarika

Song: Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) Singer: Bhupen Hazarika  Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyric:– ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে নেপুৰ বজাই ক’ত ক’ত, গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজাই ক’ত এই অসম দেশত অসম দেশত…. হে মাইহাং বাতিত খোৱাৰ পানী যাচে কোনে ক’ত, কাৰ পদূলিৰ কেতেকীনো মলে মলাই ক’ত এই অসম দেশত অসম দেশত……… … Read more

Pakhi Loga Mone (পাখি লগা মনে) – Lyrics | Zubeen Garg | Golden Collection of Zubeen garg

Song: Pakhi Loga Mone (পাখি লগা মনে)  Singer: Zubeen Garg  Album: Golden Collection of Zubeen garg Pakhi Loga Mone (পাখি লগা মনে) – Lyrics:— পাখি লগা মনে, কিয় বাৰে বাৰে তোৰে কাষলে গুচি যায়, অ’ অ’ অ’ অ’….. অ’ অ’ অ’ অ’….. তোৰে কথা ভাবি উকা উৰুঙা লাগে, একে থিৰে ক’ৰবালে চাই, অ অ অ অ ….. অ … Read more

Lyrics – Soku Meli Nasaba (চকু মেলি নাচাবা) | Runjun Phukan | Ajoli Nobou

Song: Soku Meli Nasaba (চকু মেলি নাচাবা) Singer: Runjun Phukan Movie: Ajoli Nobou Soku Meli Nasaba (চকু মেলি নাচাবা) Lyrics:— চকু মেলি নাচাবা অ, ৰ লাগি নাচাবা চকু মুদি চোৱাচোন দেখা পাবা তাতেই মন উতলাই কোনে চিৎ নচুৱাই ৰঙতে ৰঙিলী পখিলা  পৰেহি ফুলতে দেখিলা ফুলনি নাঁচিলে হালি-জালি হালি-জালি কোনে বাৰু চাই চাই আপোন পাহৰি নাজায় অ, মন মাৰি আছাচোন নোচোৱানো কেলৈ ক’ত মৰি যাওঁ মন পমি যায় ক’ত মৰি যাওঁ মন পমি যায় আৰু যে এখনি ফুলনি ফুলৰে হৈ আছে শুৱনি আশাৰে উলহি জকেমকি জকেমকি তালৈ আজি চাবলৈ জানো আপোন কোনো নাই আৰু যে এখনি ফুলনি ফুলৰে হৈ আছে শুৱনি আশাৰে উলহি জকেমকি জকেমকি তালৈ আজি চাবলৈ জানো আপোন কোনো নাই অ, জানো জানা কাষতে আছে মোৰ বুকুতে ধন সাঁচতীয়া মোৰ আছে বাট চাই … Read more

Dhou Tuli Nasile Buku (ঢৌ তুলি নাচিলে বুকু) | Lyrics In Assamese | Dwipen Baruah | Runjun Phukan | Ajoli Nobou

Song: Dhou Tuli Nasile Buku ঢৌ তুলি নাচিলে বুকু)  Singer: Dwipen Baruah & Runjun Phukan  Movie: Ajoli Nobou Dhou Tuli Nasile Buku ঢৌ তুলি নাচিলে বুকু) | Lyrics In Assamese:— ঢৌ তুলি নাচিলে বুকু দেখি কাৰ হৰিণী চকু নকওঁ নকওঁ মই কাকো কোৱা মানা জানো জানা ৰিব ৰিব বা  লাহি হালে জালে অ ৰূপহি ফুলৰে পাহি ৰিব ৰিব বা  লাহি হালে জালে অ ৰূপহি ফুলৰে পাহি কৰেনো অ…… দৰদি অ….. চাওনি অ… হৰিছে অ…. কৰেনো দৰদি চাওনি হৰিছে ইছাতি বিছাতি হিয়া উতলোৱা হাঁহি হুনা হুনা হুনা হুনা ঢৌ তুলি নাচিলে বুকু দেখি কাৰ হৰিণী চকু নকওঁ নকওঁ মই কাকো কোৱা মানা জানো জানা তুমি তুমি মোৰ কুনে ক’লে  চিনাকি মোৰ সুৰৰে বাঁহি তুমি তুমি মোৰ কুনে ক’লে  চিনাকি মোৰ সুৰৰে বাঁহি জানানে অ….  … Read more

Lyrics – Ki Naam Di Matim (কি নাম দি মাতিম) | Dwipen Baruah | Nirmala Mishra | Dr. Bezbarua

Ki Naam Di Matim Lyrics SONG: Ki Naam Di Matim (কি নাম দি মাতিম) SINGER: Dwipen Baruah & Nirmala Mishra MOVIE: Dr. Bezbaruah Ki Naam Di Matim Assamese lyrics (কি নাম দি মাতিম):— কি নাম দি মাতিম? মাতিম তোমাক? নিবিড় গোপন কিযে মায়া! কি নামৰে সোণ পৰশত বৰ্ণালীহৈ দিয়া যি নাম দি মাতা সেয়ে মিঠা! জীৱনৰ মৰুৰ তুমি … Read more

Zubeen Garg – Pakhi Pakhi (পাখি পাখি) | Lyrics In Assamese

Song: Pakhi Pakhi (পাখি পাখি)Singer: Zubeen Garg Pakhi Pakhi (পাখি পাখি) || Lyrics In Assamese:– পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জাকি মাৰি গৈ নাম  এৰি অহা পদূলিত বূটলি আন ল’ৰালি উৰি পাখি মেলি যা উৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ’দে বৰষুণে ধেমালি আজলি সেই আৱেলি উৰি পাখি মেলি যা উৰি দোকমোকালি মোৰ পঢ়াশালি ইংৰাজি অংক তপিনাত এছাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰ আৱেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়া টেবুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জোনমনি, ৰূণজোন তেতিয়া চকুত জোন নিভাজ আৱেগত টোপা-টোপে সৰে সোন সাঁতুৰি নাদুৰি এটি এটি ৰাতি-দিন খেলা লুকা-চুৰি নিজকে বিছাৰো কোন ৰঙা-নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে সলিতা অকলে বুকুতে চকুলোঁ বুটলি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  … Read more

Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ) | Angaraag Mahanta (Papon) | Roopjyoti | Rowd

Song: Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ)  Singer: Angaraag Mahanta (Papon) & RoopjyotiAlbum/ Movie: Rowd Lyrics: Raadweep Composed By: Jatin Sharma Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ):— পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ চিনাকি বাঁহিৰ সুৰ কোনেনো বজাই উন্মনা মন মোৰ নিয়ে উৰুৱাই…… দুৰু দুৰু কপে মন  কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ কোমল দুচকুত সপোন শেৱালি অজান আশা বুকতে মাথো ৰ’দালি আকাশ চুমেগৈ হেপাহৰে নৈ তৰা নামে পদূলিত বেলি থাকে ৰৈ শুৱৰণি ৰ’দালি……. দুৰু দুৰু কপে মন কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ দুৰু দুৰু কপে মন কিজে মায়াৱি লগন অভিমানি ওত্র পৃথিৱী আকুল ৰজা-ৰাণী সাওদৰ ন কৈ সাঁজো  … Read more

Etiya Hiya Mur (এতিয়া হিয়া মোৰ) | Tumi Mur Mathu Mur | Lyrics | Zubeen Garg

Song: Etiya Hiya Mur (এতিয়া হিয়া মোৰ)Singer: Zubeen GargAlbum: Tumi Mur Mathu Mur Etiya Hiya Mur (এতিয়া হিয়া মোৰ) Lyrics :— তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে উঠে উঠে দিলা কিনো মনৰে ঠিকনা চকুতে চকু থয় বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে…… (বুকুৰে ভিতৰে  মৰমে নিগৰে দাৱৰে পোহৰে তোমাকে সামৰে)-২X ধৌ খেলা চুলিৰে সৰতৰ লুকা-ভাকু মিছিকিয়া হাঁহিৰে যেন সিপাৰ ইপা‍ৰ বুকু এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে….. (তুুমি সোন বুকুৰে তুমি সুনিতৰে তুমি সপোনৰে  তুমি দিঠকৰে)-২X নীলা নীলা চকুজুৰিত আন্ধাৰে কথা ক’লে আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে অ…… … Read more

Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ) | Subasana Dutta | New Assamese Song 2020

Song: Moinakon Bakhor (মইনাকণ বাখৰ) Singer: Subasana Dutta Lyrics: Palash Gogoi Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ):—— দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… অ…দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. তোৰে কেটেৰা মাতে, খুন্দা মাৰি একেচাটে…. ঘুনীয়া কৰেহি মোৰ বুকু……. খঙত ফেপেৰি পাত, মাতিলেও নেমাত…. নোৱাৰো ধৰিবলে একো…. ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. মইনাকন বাখৰ ৰৈ যা বুকুতে বান্ধি লৈ যা….. তোৰ মৰমতেই জীও নেলাগে ভোকৰ ভাত…. তইয়ে মোৰ সোন মই তোৰ জান কথাই প্ৰতি অভিমান……. নৈ বৈ যাব চকুলোৰ নিদিলে মুখৰ মাত….. ঐ চেং কোমলকৈ এই কলিজাতে….. … Read more