Lyrics of Jilele Jilele (জিলেলে জিলেলে) | Simanta Sekhar

SONG: Jilele Jilele (জিলেলে জিলেলে) SINGER: Simanta Sekhar Lyrics of Jilele Jilele (জিলেলে জিলেলে):— জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব  বান্দৰ  বিড়ি এটি জলাই বেগাই যাব লাগিব এ.. তেতিয়াহে তোমাক লগ  তেতিয়াহে তোমাক লগ পাম That’s right… জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে বাৰে কিছিম ভাবনাই ঐ ধৰেনো হেচাঁ মাৰি  ধৰেনো হেচাঁ মাৰি  যেতিয়া মই বিছনাত পৰো বিছনাতে পৰি লৈ ঐ কান্দো নো হুৰা হুৰে কান্দো নো হুৰা হুৰে তিতিনো যায় শিতানৰ গাৰু অ মৰম তোমাৰে নাম  অ মৰম লিখি ল’লো কলিজাৰ তেজেৰে মই মচিব নোৱাৰাকৈ জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে That’s right…. অ মাছে মাৰিবলৈ এ পদুম নিদিও তোমাক যাবলৈ এ পদূম  নিদিও তোমাক যাবলৈ এ পদূম  বোঁকা পানী লাগিব গাত ঘৰতে থাকিবা এ পদূম  মোৰে কথা ভাবিবা এ পদূম … Read more

Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা) | RATNAKAR | Zubeen Garg & Harchita Bhattacharya

SONG: Eta Kotha Kuwana (এটা কথা কোৱানা) SINGER: Zubeen Garg & Harchita Bhattacharya  FLIM: RATNAKAR Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা):– এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় পাপু বুলি মাতানা মাতি নিজক শুধানা তুমি মোৰেই মুমুজনী হয় নহয় বুকুৰে আমথো তুমিয়েই সকলো নিজকে দেখো তোমাৰেই মাজত এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এপাহি সপোনৰ তুমিয়েই আলহী ৰ’দালি দিথকৰ তুমিয়েই তুলসী অ….. তৰালি আকাশৰ তুমিয়েই পুৱতি শেৱালি মৰমৰ তুমিয়েই ধৰনি ফুতুকি পাখিলি শুনিতৰ শেৱালি তোমাতেই আঁকো হৃদয়ৰ সাগৰ এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় প্ৰতিটো সময়ৰ তুমিয়েই চিনাকি দুভৰি দুহাতৰ … Read more

Lyrics of RATI RATI (RATNAKAR) | ৰাতি ৰাতি | Zubeen Garg & Gayatri Hazarika

SONG: Rati Rati (ৰাতি ৰাতি) SINGER: Zubeen Garg & Gayatri Hazarika FLIM: Ratnakar Lyrics of RATI RATI (RATNAKAR):– ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালে লৰ মাৰে নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ পট জোনাক ৰাতি খোজে খোজে মই তুমি চাগে এনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. দুখৰ বিষৰ চেনেহবোৰো উবুৰিয়াই দিয়া তুমি তু এনেকুৱাই বোকাত পদুম ফুলাৰ দৰে জুবুৰীয়াই দিয়া ফুলি আছো তেনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. নে না না নে…………..

O Seni Mai (অ চেনিমাই) Lyrics In Assamese | Babu

SONG: O Seni Mai (অ চেনিমাই) SINGER: Babu O Seni Mai (অ চেনিমাই) Lyrics In Assamese:– অ চেনিমাই নাৰা না নে নানা নে অ চেনিমাই নাৰা না নে নানা নে নে না অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত … Read more

Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese | Babu

SONG: Laden Asil Polai (লাডেন আছিল পলাই) SINGER: Babu Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese:– লাডেন আছিল পলাই… গৈ পাকিস্তান… তোমাক পিছে পলাই লৈ যাম ৰাজস্থান… অহা আহিন মাহৰ পূর্ণিমা ৰাতি… কৈ থলো মই সঁচাকে তোমাক কথাটি… অকৰা বাপেৰে নিদিয়ে মোলৈ… পলুৱাই নিনিলে থাকিম বাৰু কেনেকৈ…? বহিলে বহিব ৰাইজৰে মেল… তেতিয়ালৈ চলি যাব আমি … Read more

Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese | Tarun Tanmoy & Deeplina Deka

SONG: Nuwari Nuwari (নোৱাৰি নোৱাৰি) SINGER: Tarun Tanmoy & Deeplina Deka  Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese:— নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি আৱৰি আৱৰি ধৰিছে আৱৰি বিয়পি বিয়পি পৰিছে বিয়পি সাতুৰি ধৰিছো ভাৱনত ওপঙি অ…. ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি অ…..নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি অ…. কিনো পালে তোমাতে মোৰ দুচকুৱে নোৱাৰা হ’ল থাকিবলৈ নেদেখাকে কিনো আছে নাজানো মই মৰমতে এই হাঁহো এই কান্দো আৱেগতে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি কিযে হ’ব ভয়ে লাগে ভাবিবলে কেনেবাকৈ তুমি মই আমি নহ’লে কান্দিবও নোৱাৰিম মই তেনেহলে নিচুকাব কোনে মোক তুমি নহ’লে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি

Parijat (পাৰিজাত) Lyrics In Assamese | Lakhimai 2017 | Zubeen Garg | Sushmita

SONG: Parijat (পাৰিজাত)SINGER: Zubeen Garg & SushmitaALBUM: Lakhimai 2017 Parijat (পাৰিজাত) Lyrics In Assamese:– হম……. জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে…… জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে……. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……. মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে………. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……….. সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান অ সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান………… মনে মনে আহি সপোনত চুমিবা নেলাগে দিবলৈ মৰমৰ উমনা মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  … Read more

Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg

SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব … Read more

RAMDHENU (ৰামধেনু) Lyrics – New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA

“Ramdhenu (ৰামধেনু)” is a beautiful new Assamese song by Vreegu Kashyap, featuring Junak Borah and Devoleena. The song offers a captivating melody and heartfelt lyrics that showcase the cultural richness of Assam. With its emotional depth and stunning vocal performances, “Ramdhenu” resonates deeply with listeners, bringing a fresh wave of Assamese music. Explore the lyrics … Read more

Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg

SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি……. … Read more