Zubeen Garg – Pakhi Pakhi (পাখি পাখি) | Lyrics In Assamese

Song: Pakhi Pakhi (পাখি পাখি)Singer: Zubeen Garg Pakhi Pakhi (পাখি পাখি) || Lyrics In Assamese:– পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জাকি মাৰি গৈ নাম  এৰি অহা পদূলিত বূটলি আন ল’ৰালি উৰি পাখি মেলি যা উৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ’দে বৰষুণে ধেমালি আজলি সেই আৱেলি উৰি পাখি মেলি যা উৰি দোকমোকালি মোৰ পঢ়াশালি ইংৰাজি অংক তপিনাত এছাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰ আৱেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়া টেবুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জোনমনি, ৰূণজোন তেতিয়া চকুত জোন নিভাজ আৱেগত টোপা-টোপে সৰে সোন সাঁতুৰি নাদুৰি এটি এটি ৰাতি-দিন খেলা লুকা-চুৰি নিজকে বিছাৰো কোন ৰঙা-নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে সলিতা অকলে বুকুতে চকুলোঁ বুটলি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  … Read more

Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ) | Angaraag Mahanta (Papon) | Roopjyoti | Rowd

Song: Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ)  Singer: Angaraag Mahanta (Papon) & RoopjyotiAlbum/ Movie: Rowd Lyrics: Raadweep Composed By: Jatin Sharma Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ):— পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ চিনাকি বাঁহিৰ সুৰ কোনেনো বজাই উন্মনা মন মোৰ নিয়ে উৰুৱাই…… দুৰু দুৰু কপে মন  কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ পখি পখি মন মোৰ  উৰি যাব খুজে দূৰ কোমল দুচকুত সপোন শেৱালি অজান আশা বুকতে মাথো ৰ’দালি আকাশ চুমেগৈ হেপাহৰে নৈ তৰা নামে পদূলিত বেলি থাকে ৰৈ শুৱৰণি ৰ’দালি……. দুৰু দুৰু কপে মন কিজে মায়াৱি লগন এৰি অহা আবেলিক জুমি জুমি চাওঁ হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ দুৰু দুৰু কপে মন কিজে মায়াৱি লগন অভিমানি ওত্র পৃথিৱী আকুল ৰজা-ৰাণী সাওদৰ ন কৈ সাঁজো  … Read more

Etiya Hiya Mur (এতিয়া হিয়া মোৰ) | Tumi Mur Mathu Mur | Lyrics | Zubeen Garg

Song: Etiya Hiya Mur (এতিয়া হিয়া মোৰ)Singer: Zubeen GargAlbum: Tumi Mur Mathu Mur Etiya Hiya Mur (এতিয়া হিয়া মোৰ) Lyrics :— তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. তিন তিনাক তিন তিন তাৰা তিনাক তিন তিন তিন তাৰা….. এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে উঠে উঠে দিলা কিনো মনৰে ঠিকনা চকুতে চকু থয় বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে…… (বুকুৰে ভিতৰে  মৰমে নিগৰে দাৱৰে পোহৰে তোমাকে সামৰে)-২X ধৌ খেলা চুলিৰে সৰতৰ লুকা-ভাকু মিছিকিয়া হাঁহিৰে যেন সিপাৰ ইপা‍ৰ বুকু এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে….. (তুুমি সোন বুকুৰে তুমি সুনিতৰে তুমি সপোনৰে  তুমি দিঠকৰে)-২X নীলা নীলা চকুজুৰিত আন্ধাৰে কথা ক’লে আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে অ…… … Read more

Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ) | Subasana Dutta | New Assamese Song 2020

Song: Moinakon Bakhor (মইনাকণ বাখৰ) Singer: Subasana Dutta Lyrics: Palash Gogoi Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ):—— দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… অ…দেওঁলগা খালতে মাগুৰ মাছ লাগিলে লগাওতে লাঙি জাল……. যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে পাওঁতেই অকন ভাল…… ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. তোৰে কেটেৰা মাতে, খুন্দা মাৰি একেচাটে…. ঘুনীয়া কৰেহি মোৰ বুকু……. খঙত ফেপেৰি পাত, মাতিলেও নেমাত…. নোৱাৰো ধৰিবলে একো…. ছট ফটাই থাকোং যেন তোৰ লগত যিহে প্ৰেম….. প্ৰেম পিৰিতি জাঁজী নৈ….. গুণ হেৰ’ মইনাজান তোৰ স’তে থকাই টান…. কটাও ৰাতি-দিন কেনেকৈ….. মইনাকন বাখৰ ৰৈ যা বুকুতে বান্ধি লৈ যা….. তোৰ মৰমতেই জীও নেলাগে ভোকৰ ভাত…. তইয়ে মোৰ সোন মই তোৰ জান কথাই প্ৰতি অভিমান……. নৈ বৈ যাব চকুলোৰ নিদিলে মুখৰ মাত….. ঐ চেং কোমলকৈ এই কলিজাতে….. … Read more

Lyrics of Jilele Jilele (জিলেলে জিলেলে) | Simanta Sekhar

SONG: Jilele Jilele (জিলেলে জিলেলে) SINGER: Simanta Sekhar Lyrics of Jilele Jilele (জিলেলে জিলেলে):— জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে ঠাইতে ওখ ঠাইতে চাপৰ নোৱাৰো মই বগাব  বান্দৰ  বিড়ি এটি জলাই বেগাই যাব লাগিব এ.. তেতিয়াহে তোমাক লগ  তেতিয়াহে তোমাক লগ পাম That’s right… জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে বাৰে কিছিম ভাবনাই ঐ ধৰেনো হেচাঁ মাৰি  ধৰেনো হেচাঁ মাৰি  যেতিয়া মই বিছনাত পৰো বিছনাতে পৰি লৈ ঐ কান্দো নো হুৰা হুৰে কান্দো নো হুৰা হুৰে তিতিনো যায় শিতানৰ গাৰু অ মৰম তোমাৰে নাম  অ মৰম লিখি ল’লো কলিজাৰ তেজেৰে মই মচিব নোৱাৰাকৈ জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে That’s right…. অ মাছে মাৰিবলৈ এ পদুম নিদিও তোমাক যাবলৈ এ পদূম  নিদিও তোমাক যাবলৈ এ পদূম  বোঁকা পানী লাগিব গাত ঘৰতে থাকিবা এ পদূম  মোৰে কথা ভাবিবা এ পদূম … Read more

Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা) | RATNAKAR | Zubeen Garg & Harchita Bhattacharya

SONG: Eta Kotha Kuwana (এটা কথা কোৱানা) SINGER: Zubeen Garg & Harchita Bhattacharya  FLIM: RATNAKAR Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা):– এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় পাপু বুলি মাতানা মাতি নিজক শুধানা তুমি মোৰেই মুমুজনী হয় নহয় বুকুৰে আমথো তুমিয়েই সকলো নিজকে দেখো তোমাৰেই মাজত এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এপাহি সপোনৰ তুমিয়েই আলহী ৰ’দালি দিথকৰ তুমিয়েই তুলসী অ….. তৰালি আকাশৰ তুমিয়েই পুৱতি শেৱালি মৰমৰ তুমিয়েই ধৰনি ফুতুকি পাখিলি শুনিতৰ শেৱালি তোমাতেই আঁকো হৃদয়ৰ সাগৰ এটা কথা কোৱানা  চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় প্ৰতিটো সময়ৰ তুমিয়েই চিনাকি দুভৰি দুহাতৰ … Read more

Lyrics of RATI RATI (RATNAKAR) | ৰাতি ৰাতি | Zubeen Garg & Gayatri Hazarika

SONG: Rati Rati (ৰাতি ৰাতি) SINGER: Zubeen Garg & Gayatri Hazarika FLIM: Ratnakar Lyrics of RATI RATI (RATNAKAR):– ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালে লৰ মাৰে নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ পট জোনাক ৰাতি খোজে খোজে মই তুমি চাগে এনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. দুখৰ বিষৰ চেনেহবোৰো উবুৰিয়াই দিয়া তুমি তু এনেকুৱাই বোকাত পদুম ফুলাৰ দৰে জুবুৰীয়াই দিয়া ফুলি আছো তেনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. নে না না নে…………..

O Seni Mai (অ চেনিমাই) Lyrics In Assamese | Babu

SONG: O Seni Mai (অ চেনিমাই) SINGER: Babu O Seni Mai (অ চেনিমাই) Lyrics In Assamese:– অ চেনিমাই নাৰা না নে নানা নে অ চেনিমাই নাৰা না নে নানা নে নে না অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত … Read more

Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese | Babu

SONG: Laden Asil Polai (লাডেন আছিল পলাই) SINGER: Babu Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese:– লাডেন আছিল পলাই… গৈ পাকিস্তান… তোমাক পিছে পলাই লৈ যাম ৰাজস্থান… অহা আহিন মাহৰ পূর্ণিমা ৰাতি… কৈ থলো মই সঁচাকে তোমাক কথাটি… অকৰা বাপেৰে নিদিয়ে মোলৈ… পলুৱাই নিনিলে থাকিম বাৰু কেনেকৈ…? বহিলে বহিব ৰাইজৰে মেল… তেতিয়ালৈ চলি যাব আমি … Read more

Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese | Tarun Tanmoy & Deeplina Deka

SONG: Nuwari Nuwari (নোৱাৰি নোৱাৰি) SINGER: Tarun Tanmoy & Deeplina Deka  Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese:— নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি আৱৰি আৱৰি ধৰিছে আৱৰি বিয়পি বিয়পি পৰিছে বিয়পি সাতুৰি ধৰিছো ভাৱনত ওপঙি অ…. ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি অ…..নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি অ…. কিনো পালে তোমাতে মোৰ দুচকুৱে নোৱাৰা হ’ল থাকিবলৈ নেদেখাকে কিনো আছে নাজানো মই মৰমতে এই হাঁহো এই কান্দো আৱেগতে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি কিযে হ’ব ভয়ে লাগে ভাবিবলে কেনেবাকৈ তুমি মই আমি নহ’লে কান্দিবও নোৱাৰিম মই তেনেহলে নিচুকাব কোনে মোক তুমি নহ’লে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি