Parijat (পাৰিজাত) Lyrics In Assamese | Lakhimai 2017 | Zubeen Garg | Sushmita

SONG: Parijat (পাৰিজাত)SINGER: Zubeen Garg & SushmitaALBUM: Lakhimai 2017 Parijat (পাৰিজাত) Lyrics In Assamese:– হম……. জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে…… জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে……. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……. মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে………. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……….. সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান অ সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান………… মনে মনে আহি সপোনত চুমিবা নেলাগে দিবলৈ মৰমৰ উমনা মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  … Read more

Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg

SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব … Read more

RAMDHENU (ৰামধেনু) Lyrics – New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA

“Ramdhenu (ৰামধেনু)” is a beautiful new Assamese song by Vreegu Kashyap, featuring Junak Borah and Devoleena. The song offers a captivating melody and heartfelt lyrics that showcase the cultural richness of Assam. With its emotional depth and stunning vocal performances, “Ramdhenu” resonates deeply with listeners, bringing a fresh wave of Assamese music. Explore the lyrics … Read more

Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg

SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি……. … Read more

Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, … Read more

POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS | BY NEEL AKASH | BIHUWAN 2019

“Pokhila (পখিলা)” is a mesmerizing new Assamese song sung by the talented Neel Akash. Featured in the album Bihuwan 2019, this song captures the essence of Assamese culture and emotions. The melody and lyrics are thoughtfully crafted, resonating with listeners, offering a unique blend of traditional and contemporary vibes. Explore the beauty of this track … Read more

Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) By Bhupen Hazarika | Lyrics In Assamese

Song: Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ)  Singer: Bhupen Hazarika  Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) Lyrics In Assamese:– মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……. আশা কৰোঁ মোৰ ছিতাৰ কাষত তোমাৰ সহাঁৰি পাম নালাগে মোক মোৰ সোঁৱৰনি সভা নালাগে মোক মিচা নাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……. মানুহৰ বাবে গীত গায় গায় তোমাক পাহৰি গ’লো সেয়েহে হ’বলা ভৰ জীৱনতে তোমাকো হেৰুৱালোঁ সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক’তেনো পাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম…… মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম তুমি নিদিয়া মৰম খিনিতে আছিল সৰগী ধাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……

Mur Monore Kolponat (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg | Lyrics In Assamese | Maa | Jetuka Huwana

Song: Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) Singer: Zubeen Garg Album: Maa Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg Lyrics In Assamese:– মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত  জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অভিনম মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ … Read more

Seni Seni Senimai (চেনি চেনি চেনিমাই) By Neel Akash | Lyrics In Assamese

Song: Seni Seni Senimai (চেনি চেনি চেনিমাই) Singer: Neel Akash Seni Seni Senimai (চেনি চেনি চেনিমাই) Lyrics In Assamese:— অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. ঐ চেনি চেনি চেনি চেনিমাই বিহুতলিত তোমাক দেখা পায় কাষে চাপি গ’লো যে মৰম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই  চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়াই হাঁহিলে লাহি ককাল ভাঙিলে আমনি নালাগে চাই চাই এ ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. হে সোণালি ধাননি চালে চকু ৰোৱা চালে চকু ৰোৱা দেখি ভালে লাগি যায় এ…. তোমাৰে হা…..হিতি ইমান যে ধুনীয়া ইমান যে ধুনীয়া দেখি ভালে লাগি যায় অ…. অ….অ….অ….. ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. অ,,,, হ…. বহুতৰ মাজতে … Read more

Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) By Angaraag Mahanta (Papon) | Lyrics In Assamese

Song: Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Singer: Angaraag Mahanta (Papon) Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Lyrics In Assamese:—- প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল | আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. অ….আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. সোনালি হৈ থাক, তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে, ৰৈ যায় যেন মধুমই…….. হৃদয় কপোৱা গান এটি,  পোৱা নোপোৱা সুৰ এটি, তাতেই হেৰাই চন্দ মোৰ হয়তো বা, তথাপি সপোনৰ, সপোনৰে দিঠকৰ, তোমাকে আদৰো, সেন্দুৰীয়া বাটত…….. প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ | প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, … Read more