Aji Duware Duware Lyrics By Jyoti Prasad Agarwala

Song: Aji Duware Duware (আজি দুৱাৰে দুৱাৰে) Singer: Jyoti Prasad Agarwala Aji Duware Duware Lyrics Aji Duware Duware Lyrics:– আজি দুৱাৰে দুৱাৰে কিহৰ বাতৰি ফুৰে আজি, কোনে কথা পাতে, পুৱতি নিশাৰে কোনে কথা পাতে সন্ধিয়াৰে ? আজি অসীমৰ, সুনীল গন্ধ  হাতত সাৰে ভৰিত সাৰে আহিছে গৈছে, বাৰে বাৰে মোৰ গানে যে তাক, চিনি নাপাই চিনি পাই মোৰ … Read more

Aaji Naba Xur Lyrics By Jyoti Prasad Agarwala

Song: Aaji Naba Xur (আজি নৱ সুৰ) Singer: Jyoti Prasad Agarwala Aaji Naba Xur Lyrics Aaji Naba Xur Lyrics:— আজি নৱ সুৰ লয় মান মাত্ৰা জাগ্ৰত জনতাৰ আলোক যাত্ৰা ৷ জনতাৰ ভোক জাগে জনতাৰ শোক জাগে বাসনা কামনা যত জাগে… জাগে……. জাগে বেলিৰ উদয় কোনে ৰুধিব পাৰে মানুহৰ প্ৰতাৰণাৰে ??? আশা জাগে ভাষা জাগে গান জাগে সুৰ … Read more

Aji Puwaoti Kihore Aaroti Lyrics By Jyoti Prasad Agarwala

Song: Aji Puwaoti Kihore Aaroti (আজি পুৱতি কিহৰে আৰতি ) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina  Aji Puwaoti Kihore Aaroti Lyrics Aji Puwaoti Kihore Aaroti Lyrics:— আজি পুৱতি কিহৰে আৰতি  কি নবীন বীনা বাজে…. পোহৰৰ বাটে বাটে হে মৌন অতিথি ! আহিলা কি অভিনৱ সাজে ? নিদ্ৰিত নৱতম পৃথিৱী জানো (তোৰ) বৰ্ষনক্ষৰিত সেই জ্যোতি-প্ৰভাততে পুন্য স্নান … Read more

Aji Manuhor Dhuniya Xopun Lyrics By Jyoti Prasad Agarwala

Song: Aji Manuhor Dhuniya Xopun (আজি মানুহৰ ধুনীয়া সপোন) Singer: Jyoti Prasad Agarwala Aji Manuhor Dhuniya Xopun Lyrics Aji Manuhor Dhuniya Xopun Lyrics:— আজি মানুহৰ ধুনীয়া সপোন নামে পৃথিৱীলৈ নামে নতুন ৰূপৰ নতুন গুণৰ বাৰিষা নামিছে অবিৰামে ৷ আন্ধাৰত বহি বিশ্বমানৱে আছিলে সপোন দেখি মাটিৰে পানীৰে তাক সাজিবলে’ আছিলে লেখাক লেখি সপোনে মেলিব দিঠকত চকু বিশ্বজনতাৰ জুৰাব … Read more

Aji Silpibur Jagibo Lagibo Lyrics By Jyoti Prasad Agarwala

Song: Aji Silpibur Jagibo Lagibo (আজি শিল্পীৰূপেৰে জাগিব লাগিব) Singer: Jyoti Prasad Agarwala Aji Silpibur Jagibo Lagibo Lyrics  Aji Silpibur Jagibo Lagibo Lyrics:– আজি শিল্পীৰূপেৰে জাগিব লাগিব জগত জনতা আজি কবিটি হৈ ৰবিটি হৈ জ্বলিব লাগিব বিশ্বজনতা ৷ আজি সকলো দীনতা সকলো নীচতা সকলো শঠতা, সকলো ভীৰুতা বৰ্ব্বৰতা চিৰকাললৈ আঁতৰাই থৈ ফুলাব লাগিব নিৰ্ম্মলতা সুন্দৰতা জ্বলন্ত সততাৰে, … Read more

Aji Houk Puhoror Puja Lyrics By Jyoti Prasad Agarwala

Song: Aji Houk Puhoror Puja (আজি হওঁক পোহৰৰ পূজা ) Singer: Jyoti Prasad Agarwala Aji Houk Puhoror Puja Lyrics Aji Houk Puhoror Puja Lyrics:— আজি হওঁক পোহৰৰ পূজা    আজি গীত হওক যত অন্তৰ পদুমৰ গন্ধবাহী গান আগেয়ে নোগোৱা কোনোৱে নুবুজা আজি হওক পোহৰৰ পূজা ৷ জাগা যত জীৱনৰ সোণাময় সুকুমাৰ বেদনা আজি উচুপি উঠক যত সাৰ … Read more

Amar Gaonor Go Baat Lyrics By Jyoti Prasad Agarwala

Song: Amar Gaonor Go Baat (আমাৰ গাঁৱৰ গো বাট ) Singer: Jyoti Prasad Agarwala Amar Gaonor Go Baat Lyrics Amar Gaonor Go Baat Lyrics:— আমাৰ গাঁৱৰ গো বাট  তাত শিমলুৰ ৰঙা পাপৰি সৰে হালধীয়া সৰা পাতত কোনোবা ফুৰে কোনোবা ঘূৰে মৰ মৰ কৰে ৷ আমাৰ গাঁৱৰ গো বাট তাত গাঁৱলীয়াৰ ভালপোৱাই মেলে মৰম নাট ৰাতিটোলৈ ইচাট বিচাট … Read more

Bonor Aarot Kune Kandi Lyrics By Jyoti Prasad Agarwala

Song: Bonor Aarot Kune Kandi (বনৰ আঁৰত কোনে কান্দি) Singer: Jyoti Prasad Agarwala Bonor Aarot Kune Kandi Lyrics Bonor Aarot Kune Kandi Lyrics:— বনৰ আঁৰত কোনে কান্দি যাৱ    মনৰ আঁৰত কোনে বীণ বাৱ মোক জানো চিনি পাৱ ? পাৱতো মোক চিনি কতবাৰ তই কত আহি গৈ মোৰ মৰম গৈছ জিনি পাৱতো তই, নাপাবি কিয়নো চিনি ? … Read more

Puhoror Fot Pindhi Lyrics By Jyoti Prasad Agarwala

Song: Puhoror Fot Pindhi (পোহৰৰ ফোঁট পিন্ধি) Singer: Jyoti Prasad Agarwala Puhoror Fot Pindhi Lyrics Puhoror Fot Pindhi Lyrics:— পোহৰৰ ফোঁট পিন্ধি কপালত কিনো বিচাৰি আহ’ মই সুধিলে ভাষা পাহৰি ৰঙা নপৰি… হাঁহ’ নতুন দিনৰ অ’ গাভৰু কাণত পিন্ধি মোৰ কবিতাৰে কেৰু হাতত পিন্ধি মোৰ অকোৱা পকোৱা খাৰু ৷ আৰু মোৰ যে একোকে নাই এতিয়া দিওঁ সুদা … Read more

Pranati Naba Jana Jibonor Lyrics By Jyoti Prasad Agarwala

Song: Pranati Naba Jana Jibonor (প্ৰণতি নৱ জনজীৱনৰ) Singer: Jyoti Prasad Agarwala Pranati Naba Jana Jibonor Lyrics Pranati Naba Jana Jibonor Lyrics:– প্ৰণতি প্ৰণতি প্ৰণতি নৱ জনজীৱনৰ অভিনৱ জ্যোতি প্ৰণতি প্ৰণতি প্ৰণতি ৷ আজি সুৰে সুৰে জাগ জনতাৰ আশা কণ্ঠে কণ্ঠে জাগ সংগ্ৰামী দলিতৰ দুৰ্ম্মদ ভাষা ৷ ঝঙ্কৃত নৱ জনজীৱনৰ ছন্দ ফুলি উঠ ফুলি উঠ সাম্য সংস্কৃতিৰ … Read more