Fulor Kolik Fular Montro Lyrics By Jyoti Prasad Agarwala

Song: Fulor Kolik Fular Montro (ফুলৰ কলিক ফুলাৰ মন্ত্ৰ) Singer: Jyoti Prasad Agarwala Fulor Kolik Fular Montro Lyrics Fulor Kolik Fular Montro Lyrics:— ফুলৰ কলিক ফুলাৰ মন্ত্ৰ  কৈ যাবলৈ কাণে কাণে সুন্দৰ বোলে আহি গুচি গ’ল মই টোপনিত থাকোতেই বেলি ওলোৱাৰ আগতেই ৷ মোৰ নিশা লিখা গান কৰি অভিমান শেৱালি তলত থমকি থাকোতেই সুন্দৰে তাকে খুজি নিলে … Read more

Fulor Sa Toi Lyrics By Jyoti Prasad Agarwala

Song: Fulor Sa (ফুলৰ ছাঁ তই) Singer: Jyoti Prasad Agarwala Fulor Sa Toi Lyrics Fulor Sa Toi Lyrics:— ফুলৰ ছাঁ তই        পাতৰ আঁৰত কিয় লুকাৱ? তই বিচৰা পোহৰ দেখি কিয় লাজ পাৱ? পোহৰে তাক বেলি থাকোঁতে কি কথা গ’ল কৈ পোহৰ গলে ৰাতি হলে মনে মনে তাকে সোধ গৈ নে কি তাকে সোধ গৈ?

Fulor Pahit Lyrics By Jyoti Prasad Agarwala

Song: Fulor Pahit (ফুলৰ পাহিত) Singer: Jyoti Prasad Agarwala Fulor Pahit Lyrics Fulor Pahit Lyrics:— ফুলৰ পাহিত কোনে  থৈ গলি এটুপি চকুৰ পানী পুৱাৰ পোহৰে আহি চুমা খালে বেলিৰ মৰম সানি চুমা-চেনেহতে পমি নাইকীয়া হ’ল বেজাৰে মৰমে দুয়ো লগে লাগি থিতাতে ময়াপী ইযে কি আপুনি আলাসতে উৰি গ’ল ৷ বেজাৰৰ সোণতে মৰম মুকুতাইয়ে আলসুৱা ৰূপ ধৰে চকুলোটুপিয়ে … Read more

Fulor Logot Kotha Pota Lyrics By Jyoti Prasad Agarwala

Song: Fulor Logot Kotha Pota (ফুলৰ লগত কথা পতা ) Singer: Jyoti Prasad Agarwala Fulor Logot Kotha Pota Lyrics Fulor Logot Kotha Pota Lyrics:— ফুলৰ লগত কথা পতা  অকণি ছোৱালীজনী তোৰ হাঁহিত সৰে মুকুতা মাণিক চকুত জ্বলে মণি ৷ ৰাতিপুৱাৰ সোণপোহৰে ফুলৰ পাহিৰ ৰঙা চোতালত বহি তোক কি ক’লে নতুন কথা আহ অ’ মোক ক’হি সুন্দৰ … Read more

Fulam Palor Nau Lyrics By Jyoti Prasad Agarwala

Song: Fulam Palor Nau (ফুলাম পালৰ নাও) Singer: Jyoti Prasad Agarwala Fulam Palor Nau Lyrics Fulam Palor Nau Lyrics:— ফুলাম পালৰ নাও সোৱণশিৰীৰ ৰূপৰ পানীত বাওঁ ঘাটে ঘাটে খন্তেক ৰখাওঁ মনত ফুলা সোণপাহীৰ সুৰভি বিলাওঁ ৷ বাটত ঘাটত দুয়ো পাৰত কোন কোন, ক’ত আছ’ সেউজী বনত মৰম বিলাই পখিলা পাখি ওৰণি পিন্ধি বিজুলি নাচ নাচ’ সোনকালে আহ্‌ … Read more

Fule Fule Moupiya Lyrics Jyoti Prasad Agarwala

Song: Fule Fule Moupiya (ফুলে ফুলে মউপিয়া) Singer: Jyoti Prasad Agarwala Fule Fule Moupiya Lyrics  Fule Fule Moupiya Lyrics:— ফুলে ফুলে মউপিয়া উৰে ফুলৰে জীৱন মন জুৰে নাচে পখিলীয়ে সখিয়াকে মাতি ৷ উৰি উৰি সউ গাটি উৱঁলাই মউ মউ বুলিয়ে বলিয়া পখিলা ঋতু বসন্ত হাঁহে সোণৰে ৷৷

Boga Togorore Pahi Lyrics By Jyoti Prasad Agarwala

Song: Boga Togorore Pahi (বগা তগৰৰে পাহি) Singer: Jyoti Prasad Agarwala Boga Togorore Pahi Lyrics Boga Togorore Pahi Lyrics:— বগা তগৰৰে পাহি বগা তগৰৰে পাহি তাতে আঁকবাক পখিলা পৰিলে লাহি ৰঙা ৰেৱতীৰে হেঙুলি হাঁহি ৷ কেতেকীৰ ৰেণুৰে বোলে গ’ল ভোমোৰা কলীয়া হলে হালধীয়া…. উৰিকি ঘূৰিকি ৰজাই বনৰীয়া বাঁহী ৷ বিৰিঙাৰ পাততে সুৰে সুহুৰিয়াই আলাসতে গ’লে ভাহি  ৷৷

Boga Daworor Nau Lyrics By Jyoti Prasad Agarwala

Song: Boga Daworor Nau (বগা ডাৱৰৰে নাও) Singer: Jyoti Prasad Agarwala Boga Daworor Nau Lyrics Boga Daworor Nau Lyrics:— বগা ডাৱৰৰে নাও তাতে উঠি মই জোনবাইৰ সোণদেশলৈ যাওঁ ৷ জোনবাই দেশতে বগা হৰিণায়ে ৰঙাকৈ দুবৰি খায় জিলমিল চৰায়ে তুলসী বনতে শুঁইত্‌কৈ সুহুৰিয়ায় জহৰে জোনাকত আইতাই কোৱা মোক সাধুবোৰ জোনাবাইত থাকে আইতাই মনতে তুতিকৈ মাতিলে মোক নিচুকাবলৈ আহে … Read more

Bogi Suwali Lyrics By Jyoti Prasad Agarwala

Song: Bogi Suwali (বগী ছোৱালী) Singer: Jyoti Prasad Agarwala Bogi Suwali Lyrics Bogi Suwali Lyrics:— বগী ছোৱালী তই গাঁৱৰ শেৱালি ৰূপহী তই ফুলৰ চুপহি ফটা ৰিহা মেখেলাই তোক নুশুভাই গালৰ মুখৰ হাড় ওলোৱা কেবাদিনো জানো তই ভাত খোৱা নাই ? ঘৰত গৰু নাই নীলাম কৰা তোৰ পথাৰত লোকে হাল বায় ৷ কণ্ঠত তোৰ গান থাকোতেও শিকাব যে … Read more