Barudor Kolaholote Lyrics by Sangeeta Borthakur, visit AssameseLyrical.com for more Assamese lyrics
Song: Barudor Kolaholote (বাৰুদৰ কলাহলতে)
Singer: Sangeeta Borthakur
Lyrics/Tune: Syd Saddulla
![]() |
Barudor Kolaholote Lyrics |
Barudor Kolaholote Lyrics:---
বাৰুদৰ কলাহলতে আজি মাৰ গ’ল
নিৰীহ মানুহৰ আৰ্তনা
মানুহে মানুহক কৰিবলে সংহাৰ
মাৰনাস্ত্ৰৰ আজি মেলিছে প্ৰহাৰ
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
আজি মাৰ গ’ল
সিৰৰ সেন্দূৰ কত
অকালতে মচা গ’ল
অনাথ শিশু কত
উচপি ৰ’ল
সিৰৰ সেন্দূৰ কত
অকালতে মচা গ’ল
অনাথ শিশু কত
উচপি ৰ’ল
ৰোধে আজি কোনে কাক
শক্তি আছে এনে কাৰ?
ৰোধে আজি কোনে কাক
শক্তি আছে এনে কাৰ?
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
আজি মাৰ গ’ল
মূল্যবোধৰ আজি
মূল্য নোহোৱা হ’ল
মানুহৰ চেতনা
ক’তেনো হেৰাই গ’ল?
মূল্যবোধৰ আজি
মূল্য নোহোৱা হ’ল
মানুহৰ চেতনা
ক’তেনো হেৰাই গ’ল?
চৌদিশে শুনো মাথোঁ
অস্ত্ৰৰে ঝংকাৰ
চৌদিশে শুনো মাথোঁ
অস্ত্ৰৰে ঝংকাৰ
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
নিৰীহ মানুহৰ আৰ্তনা
মানুহে মানুহক কৰিবলে সংহাৰ
মাৰনাস্ত্ৰৰ আজি মেলিছে প্ৰহাৰ
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
আজি মাৰ গ’ল
COMMENTS