Bohagor Borokhun Lyrics By Anima Choudhury

Song: Bohagor Borokhun (ব’হাগৰ বৰষুণ)

Singer: Anima Choudhury

Lyrics: Gita Hatikakati

Composer: Hemen Hazarika

Bohagor Borokhun Lyrics
Bohagor Borokhun Lyrics

Bohagor Borokhun Lyrics:--

(ব’হাগৰ বৰষুণ) × ২
(ৰুণ ঝুন ঝুন) ×৩
(সুকোমল গীতৰ মূৰ্চ্ছনা) ×২
শাওনৰ বৰষুণ...!
(গুণ গুণ গুণ) ×৩
(সকৰুণ ছন্দৰ অন্তৰা) ×২
হ’লোঁ আমি
অস্থায়ী গীতৰ প্ৰথমা...!
বৰষুণ...!
(ৰুণ ঝুন ঝুন) ×৩

(প্ৰথম পৰিচয় নয়নে নয়ন
চঞ্চল চাৱনিত লাজৰ ভৰণ) ×২
নিদাৰুণ ৰীতি-নীতিত
আমি হ’ম লয়
গীত হ’ব প্ৰীতিৰ বন্দনা...
বৰষুণ....
(ৰুণ ঝুন ঝুন) ×৩

(সমীৰে সানি দিব সুষমা সোৱাদ) ×২
বৰষুণে গাব গীত মধু পঞ্চমা
(ঋতুৱে ঋতুৱেই আহে আৰু যায়) ×২
অংকুৰ ফুল হৈ যাচে অৰ্চনা
বৰষুণ...!
(ৰুণ ঝুন ঝুন) ×৩
(সুকোমল গীতৰ মূৰ্চ্ছনা) ×২
শাওনৰ বৰষুণ...!
(গুণ গুণ গুণ) ×৩
(সকৰুণ ছন্দৰ অন্তৰা) ×২
হ’লোঁ আমি অস্থায়ী
গীতৰ প্ৰথমা..!
বৰষুণ...!
(ৰুণ ঝুন ঝুন) ×৩

Post a Comment

Previous Post Next Post

Contact Form